ETV Bharat / bharat

তেলৰ মূল্যবৃদ্ধিক লৈ চিন্তিত হোৱাৰ কাৰণ নাইঃ ধৰ্মেন্দ্ৰ প্ৰধান

author img

By

Published : Jan 11, 2020, 7:52 PM IST

চিআইআইৰ ইভেন্টত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেলৰ মূল্যবৃদ্ধিক লৈ মুৰ ঘমাবলগীয়া নাই বুলি উল্লেখ কৰে ৷ ইতিমধ্যে বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

No need to panic about oil prices: Pradhan
তেলৰ মূল্যবৃদ্ধিক লৈ চিন্তিত হোৱাৰ কাৰণ নাইঃ ধৰ্মেন্দ্ৰ প্ৰধান

নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ কলকাতাত অনুষ্ঠিত হোৱা চিআইআই ইভেন্টত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ ইভেন্টত অংশগ্ৰহণ কৰি ইৰান আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা সংঘাটক লৈ ভাৰতবাসীক নিশ্চিত থাকিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা সংঘাটৰ ফলতেই বিশ্বব্যাপী তেলৰ দাম বৃদ্ধি হ'ব পাৰে বুলি আংশকা কৰা হৈছে ৷ এনে অৱস্থাত ভাৰতবাসীয়ে চিন্তা কৰাৰ কোনো কাৰন নাই বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে চোৱাচিতা কৰি আছে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ ৰন্ধন তেলৰ মূল্য এমাহত 15 শতাংশ বৃদ্ধি

Intro:Body:

        Kolkata, Jan 11 (PTI) Union Petroleum and Natural Gas

minister Dharmendra Pradhan said on Saturday that the there is

no need to panic about oil prices owing to present tensions

between Iran and the US.

      "The government has taken a position to wait and watch

and there is no need to panic," he said on the sidelines

of a CII event here.

       There are tensions in the Persian Gulf due to

geo-political reasons, the union minister said.

    "There is no dearth of crude oil in the global market.

Yes there has been some spike in oil prices, but for the last

two days it is subdued", Pradhan added.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.