ETV Bharat / bharat

আমাৰ শক্তিশালী স্থিতিৰ আগত তিষ্ঠিব নোৱাৰি একত্ৰিত বিৰোধী শিৱিৰঃ নিতিন গাডকাৰী - MAHAGATHBANDHAN

নাগপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিতিন গাডকাৰী

আমাৰ শক্তশালী স্থিতিৰ আগত তিষ্ঠিব নোৱাৰি একত্ৰিত বিৰোধী শিৱিৰ : নিতিন গাডকাৰী
author img

By

Published : Mar 25, 2019, 3:41 PM IST

নিউজ ডেস্ক, ২৫ মাৰ্চ : " আমি পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছো, আমাৰ সৱল স্থিতিৰ সন্মুখত তিষ্ঠিব নোৱাৰি একগোট হৈছে আটাইকেইটা বিৰোধী দল" এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নিতিন গাডকাৰীৰ । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহৰ মাজত হোৱা প্ৰাক নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, যদিহে আমাৰ অৱস্থা পূৰ্বৰ দৰে থাকিলহেতেন তেন্তে বিৰোধী দল সমূহ কেতিয়াও একত্ৰিত নহ'ল হয় । একগোট নহ'লে শাসনৰ গাদী দখল কৰাটো যে সম্ভৱ নহয়, সেই কথা প্ৰত্যকটো ৰাজনৈতিক দলে বাৰুকৈয়ে উপলব্ধিকৰিছে । কেৱল মাত্ৰ ক্ষমতা দখলৰ স্বাৰ্থত এতিয়া আদৰ্শতগত বিভেদ থকা স্বত্তেও একেখন মঞ্চত একেলগ হৈছে বিৰোধী শিবিৰ ।

উল্লেখ্য যে, নাগপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । নিতিন গাডকাৰীৰ নাম 21 মাৰ্চত বিজেপিৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন প্ৰাৰ্থী তালিকাতে সন্নিবিষ্ট কৰা হৈছিল ।

MAHAGATHBANDHAN EXISTS BECAUSE OPPOSITION FEARS GROWING STRENGHTH: GADKARI

NITIN GADKARI_MAHAGATHBANDHAN EXISTS_ OPPOSITION FEARS GROWING STRENGHTH

R headline : আমাৰ শক্তশালী স্থিতিৰ আগত তিষ্ঠিব নোৱাৰি একত্ৰিত বিৰোধী শিৱিৰ : নিতিন গাডকাৰী 

SUMMRY : লোকসভা নিৰ্বাচনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত গাডকাৰীৰ মন্তব্য । কংগ্ৰেছ আৰু আন আন বিৰোধী দল সমূহৰ মাজত হোৱা প্ৰাক নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰীগৰাকীৰ । 

নিউজ ডেস্ক, ২৫ মাৰ্চ : " আমি পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছো, আমাৰ সৱল স্থিতিৰ সন্মুখত তিষ্ঠিব নোৱাৰি একগোট হৈছে আটাইকেইটা বিৰোধী দল" এই মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নিতিন গাডকাৰীৰ । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু আন আন বিৰোধী দল সমূহৰ মাজত হোৱা প্ৰাক নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে । 

সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতকাৰত তেওঁ কয় যে, যদিহে আমাৰ অৱস্থা পূৰ্বৰ দৰে থাকিলে হেতেন তেন্তে বিৰোধী দল সমূহ কেতিয়াও একত্ৰিত নহ'ল হয় । একগোট নহ'লে শাসনৰ গাদী দখল কৰাটো যে সম্ভৱ নহয়, সেই কথা প্ৰত্যকটো ৰাজনৈতিক দলে বাৰুকৈয়ে উপলব্দি কৰিছে । কেৱল মাত্ৰ ক্ষমতা দখলৰ স্বাৰ্থত এতিয়া আদৰ্শতগত বিভেদ থকা স্বত্তেও একেটা মঞ্চত একলগ হৈছে বিৰোধী শিবিৰ । 

উল্লেখ্য যে, নাগপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । নিতিন গাডকাৰীৰ নাম 21 মাৰ্চত বিজেপিৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন প্ৰাৰ্থী তালিকাতে সন্নিবিষ্ট কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.