নিউজ ডেস্ক, 19 মাৰ্চঃ ভাৰতবৰ্ষৰ আদালতৰ এক ঐতিহাসিক ৰায়দান ৷ 2012 চনৰ 16 ডিচেম্বৰত দিল্লীত সংঘটিত হোৱা নিৰ্ভয়া দলৱদ্ধ ধৰ্ষণৰ 4 অভিযুক্তৰ বিৰুদ্ধে দিল্লী আদালতে ব্লেক ওৱাৰেণ্ট জাৰি কৰাৰ পিছত তিহাৰ কাৰাগাৰত অহা 20 মাৰ্চ তাৰিখে একেলগে 4 অভিযুক্তক ফাঁচি দিয়া হ'ব ৷ নিৰ্ভয়া কাণ্ডত জড়িত 4 অভিযুক্ত অক্ষয়, পৱন, বিনয় আৰু মুকেশক অপৰাধ সংঘটিত কৰাৰ পিছতেই মৃত্যুদণ্ড বিহাৰ আদেশ দিছিল আৰু সেইহেতুকে আদালতে সময়ে সময়ে ব্লেক ওৱাৰেণ্ট জাৰি কৰা হৈছে ৷ অৱশেষত 7 বছৰৰ অন্তত 4 অভিযুক্তক দিল্লী আদালতে ফাঁচিৰ নিৰ্দেশ জাৰি কৰে ৷
লগতে পঢ়কঃ গোলাঘাটত নাবালিকাক ধৰ্ষণ