ETV Bharat / bharat

1 ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমিব নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ 4 অভিযুক্ত

অহা 1 ফেব্ৰুৱাৰীত ফাঁচী দিয়া হ’ব নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক ৷ পূৰ্ব নিৰ্ধাৰিত 22 জানুৱাৰীত ফাঁচীৰ দিন পিছুৱাই 1 ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হয় ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিযুক্তৰ আবেদন নাকচ কৰিছিল ৷

Nirbhaya rapists to be hanged on February 1
1 ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমিব নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ অভিযুক্ত
author img

By

Published : Jan 17, 2020, 7:24 PM IST

নেশ্যনেল ডেস্ক,17 জানুৱাৰীঃ নতুন দিল্লীৰ এটা ন্যায়ালয়ে শুকুৰবাৰে নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ চাৰি দোষীক অহা 1 ফেব্ৰুৱাৰীৰ পুৱা 6 বজাত ফাঁচীকাঠত মৃত্যুদণ্ডৰে দণ্ডিতৰ ৰায়দান প্ৰদান কৰে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ সতীশ কুমাৰ অৰোৰাই এই ঘটনাৰ ঘটনাৰ এজন অন্যতম দোষী মুকেশ কুমাৰৰ আবেদনৰ সন্দৰ্ভত বিচাৰ কৰি আছিল ৷ পূৰ্ব নিৰ্ধাৰিত 22 জানুৱাৰীত ফাঁচীৰ দিন পিছুৱাই 1 ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হয় ৷

ইয়াৰ পূৰ্বে প্ৰথম দিনাখন তিহাৰ জেলৰ বিষয়াই এই চাৰি অভিযুক্তৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ বাবে ৰায়ৰ দাবী কৰিছিল ৷ ৰাজহুৱা অধিবক্তা ইৰফান আহমেদে ন্যায়ালয়ক কয় যে মুকেশৰ আবেদনক শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাকচ কৰিছিল ৷

উল্লেখ্য যে 2012 চনৰ 16-17 ডিচেম্বৰৰ নিশা দক্ষিণ দিল্লীত এখন চলন্ত বাছত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল নিৰ্ভয়া ৷ পৈশাচিকভাৱে ধৰ্ষণকাৰীয়ে চলন্ত বাছৰ পৰা দলিয়াই দিছিল নিৰ্ভয়াক ৷ মৃত্যুৰ সৈতে যুঁজি 29 ডিচেম্বৰ 2012 চনত চিংগাপুৰৰ এখন হাস্পতালত এই সংসাৰ ত্যাগ কৰিছিল দুৰ্ভগীয়া নিৰ্ভয়াই ৷

আৰু পঢ়কঃশাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ

Intro:Body:

NIRBHAYA RAPISTS TO BE HANGED ON 1ST FEBRUARY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.