ETV Bharat / bharat

নীৰৱ মোডীৰ নীলামী ছবিৰ পৰা জব্দ 55 কোটি - নীৰৱ মোডী

মুম্বাইৰ নীলামী কেন্দ্ৰৰ পৰা 55 কোটি টকা সহ জব্দ নীৰৱ মোদীৰ কোটি টকীয়া ছবি

নীৰৱ মোডীৰ নীলামী ছবি পৰা জব্দ 55 কোটি
author img

By

Published : Mar 27, 2019, 10:00 AM IST

নিউজ ডেস্ক, 27 মাৰ্চঃ পঞ্জাৱ নেশ্বনেল বেংকৰ কেইবাহাজাৰ কোটি টকীয়া কেলেংকাৰীৰ লগত জড়িত হীৰা ব্যৱসায়ীনীৰৱ মোডীৰ ছবি জব্দ কৰে এনফৰ্চমেন্টডাইৰেক্টৰেটে ৷ মঙলবাৰে মুম্বাইস্থিত এক নীলামী কেন্দ্ৰৰ পৰা 55 কোটি টকা সহ জব্দ কৰিবলৈ সক্ষম হয় ইডি অফিচিয়েলে ৷ ভি এছ গাইতোণ্ডে অংকন কৰা এখন শিৰোনামবিহীন ছবি বিক্ৰী হৈছিল 22 কোটি টকাত ৷ তাৰোপৰি ত্ৰাৱাণকোৰ মহাৰাজা আৰু তেখেতৰ কনিষ্ঠ ভাতৃৰ চৰিত্ৰ অংকণ কৰা অন্য এখন ছবি 14 কোটি টকাত বিক্ৰী কৰা হৈছিল নীলামী কেন্দ্ৰত ৷ আনহাতে, নীলামী কেন্দ্ৰৰ পৰা জব্দ কৰা টকাখিনি এনফৰ্চমেন্ট ডাইৰেক্টৰেটেআয়কৰ বিভাগক চমজাই দিব বুলি ব্যক্ত কৰে ৷ উল্লেখ্য যে, মোডীৰ মুঠ 68 খন ছবিৰ ভিতৰত নীলামীত বিক্ৰী কৰা হৈছে 55 খন ছবি ৷

Mumbai, Mar 27 (ANI): Fugitive economic offender Nirav Modi's paintings, which were seized by ED officials, on Tuesday, raised Rs 55 crore in an auction in Mumbai. An untitled artwork by VS Gaitonde, which was seized from Modi's premises, was sold for Rs 22 crore. Another painting depicting Maharaja of Travancore and his younger brother was sold for Rs 14 crore. The money raised from the auction will be handed over to the Income tax department. 55 out of the total 68 paintings in Modi's possession were sold in the auction.

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.