ETV Bharat / bharat

COVID-19 চিকিৎসাৰ বাবে NIHএ জাৰি কৰিলে নিৰ্দেশনা

author img

By

Published : Apr 22, 2020, 8:53 PM IST

COVID-19 চিকিৎসাৰ বাবে NIH এ জাৰি কৰিলে নিৰ্দেশনা ৷ স্বাস্থ্য সেৱা আগবঢ়োৱা আৰু ৰোগীৰ শুশ্ৰুষা আগবঢ়োৱা কৰ্ম কৰ্তাসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে ৷

COVID-19 চিকিৎসা
NIH এ জাৰি কৰিলে নিৰ্দেশনা

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : COVID-19 চিকিৎসা সম্পৰ্কত The National Institutes of Health (NIH)এ জাৰি কৰিলে নিৰ্দেশনা ৷ আমেৰিকাৰ চিকিৎসক, বিজ্ঞানী আৰু অন্যান্য বিশেষজ্ঞসকলে এই নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে ৷

স্বাস্থ্য সেৱা আগবঢ়োৱা আৰু ৰোগীৰ শুশ্ৰুষা আগবঢ়োৱা কৰ্ম কৰ্তাসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে ৷ NIHৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, COVID-19 ৰ বাবে স্বাস্থ্য় সেৱা প্ৰদানকাৰীসকলে ব্যৱহাৰ কৰা থেৰাপিসমূহক দুই ভাগত ভাগ কৰা হৈছে - antivirals আৰু host modifiers and immune-based therapies

ইয়াৰোপৰি, এই নিৰ্দেশনাই প্ৰতিজন এজেন্টৰ বিষয়ে তথ্যও প্ৰদান কৰিব ৷ সংক্ৰমণ আৰু বেমাৰৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি মূল্যাংকণ কৰিবলৈও নিৰ্দেশনাত উল্লেখ কৰা হৈছে ৷ উদাহৰণ স্বৰূপে,কিছু লোকৰ দেহত লক্ষণ ধৰা নপৰা,কিছুমানৰ সাধাৰণ লক্ষণ আৰু কিছুসংখ্যক লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৷ গৰ্ভৱতী মহিলা আৰু শিশুৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.