ETV Bharat / bharat

ফালাহ-ই- ইনচানিয়ত সদস্যৰ বিৰুদ্ধে নিয়াৰ চাৰ্চশ্বীট দাখিল - নিয়া

2012 চনত শ্লিপাৰ চেলৰ জৰিয়তে ভাৰতত কূটাঘাত সংঘটিত কৰিবলৈ ৰচনা কৰা অভিসন্ধিত জড়িত হৈ আছিল তিনিজন ফালাহ-ই-ইনচানিয়তৰ সদস্য

ETV BHARAT
author img

By

Published : Mar 23, 2019, 10:45 AM IST

Updated : Mar 23, 2019, 12:42 PM IST

নিউজ ডেস্ক, 23 মাৰ্চ : ফালাহ-ই- ইন্সানিয়ত নামৰ বিচ্ছিন্নতাবাদী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন লোকৰ বিৰুদ্ধে চাৰ্চশ্বীট দাখিল কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থা (নিয়া )ৰ ৷

মহম্মদ ছলমান,মহম্মদ চলিম আৰু মহম্মদ কামৰান নামৰ লোক তিনিজনৰ বিৰুদ্ধে শুকুৰবাৰে নিয়াই দাখিল কৰে চাৰ্চশ্বীট ৷ ফালাহ-ই-ইন্সানিয়তে 2012 চনত শ্লিপাৰ চেলৰ জৰিয়তে ভাৰতত কূটাঘাত সংঘটিত কৰিবলৈ ৰচা অভিসন্ধিত জড়িত হৈ আছিল এই লোক তিনিজন ৷ ধৰ্মীয় প্ৰতিষ্ঠান, মছজিদ, মাদ্ৰাছা বিদ্যালয় ইত্যাদিৰ আঁৰ লৈ ভাৰতত কূটাঘাতৰ পৰিকল্পনা ৰচিছিল ফালাহ-ই- ইন্সানিয়তৰ প্ৰধান হাফিজ চইদ আৰু চাহিদ মহম্মদে ৷

নিয়াই প্ৰকাশ কৰা অনুসৰি, হাৱালা চেনেলৰ যোগেদি পাকিস্তান আৰু ডুবাইৰ পৰা ভাৰতলৈ ধন আৱণ্টন কৰিবলৈ চাহিদ মেহমুদে নিৰ্দেশ প্ৰদান কৰিছিল মহম্মদ কামৰানক ৷ এই ধনৰ জৰিয়তে ভাৰতত ফালাহ-ই- ইন্সানিয়তৰ খোপনি মজবুত কৰিবলৈ ধৰ্মীয় প্ৰতিষ্ঠান নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰিছিল মেহমুদে ৷ ধৰ্মীয় প্ৰতিষ্ঠান নিৰ্মাণ কৰি শ্লিপাৰ চেলৰ জৰিয়তে ভাৰতত কূটাঘাতৰ পৰিকল্পনা ৰচিছিল সংগঠনটোৱে ৷

NIA filled charg sheet against FIF's member

ফালাহ-ই- ইন্সানিয়তৰ সদস্যৰ বিৰুদ্ধে নিয়াৰ চাৰ্চশ্বীট দাখিল

2012 চনত শ্লিপাৰ চেলৰ জৰিয়তে ভাৰতত কূটাঘাত সংঘটিত কৰিবলৈ ৰচা অভিসন্ধিত জড়িত হৈ আছিল তিনিজন ফালাহ-ই-ইন্সানিয়তৰ সদস্য

নিউজ ডেস্ক, 23 মাৰ্চ : ফালাহ-ই- ইন্সানিয়ত নামৰ বিচ্ছিন্নতাবাদী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন লোকৰ বিৰুদ্ধে চাৰ্চশ্বীট দাখিল কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থা (নিয়া )ৰ ৷ 

মহম্মদ ছলমান,মহম্মদ চলিম আৰু মহম্মদ কামৰান নামৰ লোক তিনিজনৰ বিৰুদ্ধে শুকুৰবাৰে নিয়াই দাখিল কৰে চাৰ্চশ্বীট ৷ ফালাহ-ই-ইন্সানিয়তে 2012 চনত শ্লিপাৰ চেলৰ জৰিয়তে ভাৰতত কূটাঘাত সংঘটিত কৰিবলৈ ৰচা অভিসন্ধিত জড়িত হৈ আছিল এই লোক তিনিজন ৷ ধৰ্মীয় প্ৰতিষ্ঠান, মছজিদ, মাদ্ৰাছা বিদ্যালয় ইত্যাদিৰ আঁৰ লৈ ভাৰতত কূটাঘাতৰ পৰিকল্পনা ৰচিছিল ফালাহ-ই- ইন্সানিয়তৰ প্ৰধান হাফিজ চইদ আৰু চাহিদ মহম্মদে  ৷ 

নিয়াই প্ৰকাশ কৰা অনুসৰি, হাৱালা চেনেলৰ যোগেদি পাকিস্তান আৰু ডুবাইৰ পৰা ভাৰতলৈ ধন আৱণ্টন কৰিবলৈ চাহিদ মেহমুদে নিৰ্দেশ প্ৰদান কৰিছিল মহম্মদ কামৰানক ৷ এই ধনৰ জৰিয়তে ভাৰতত ফালাহ-ই- ইন্সানিয়তৰ খোপনি মজবুত কৰিবলৈ ধৰ্মীয় প্ৰতিষ্ঠান নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰিছিল মেহমুদে ৷ ধৰ্মীয় প্ৰতিষ্ঠান নিৰ্মাণ কৰি শ্লিপাৰ চেলৰ জৰিয়তে ভাৰতত কূটাঘাতৰ পৰিকল্পনা ৰচিছিল সংগঠনটোৱে ৷ 
niamarch16_87uObhv_4yiOu27_H5GZ3hv.jpg
Last Updated : Mar 23, 2019, 12:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.