- নতুন দিল্লীত স্বাক্ষৰিত হ’ল তৃতীয় বড়ো চুক্তি
- শান্তি আলোচনাপন্থী এনডিএফবিৰ সৈতে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ মাজত ত্ৰিপাক্ষিক চুক্তি
- NDFB ৰ 4 টা গোটৰ লগতে আবছুকে ধৰি 9 গোটৰ মাজত চুক্তি
- বড়োলেণ্ড আৰু অসমৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ এই চুক্তি
- নিহত পৰিয়াললৈ 5 লাখ টকাকৈ প্ৰদান কৰিব চৰকাৰে
- এই চুক্তিয়ে দ্বি-খণ্ডিত নকৰে অসমক
- NDFB সদস্যক পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে
- 30 জানুৱাৰীত NDFB ৰ 1550 কেডাৰে 130 টা মাৰাণাস্ত্ৰ সহ কৰিব আত্মসমপৰ্ণ
- BTAD ৰ নতুন নাম হ’ব BTR ( Bodoland Territorial Region )
- BTR ত গঠন হ’ব ক্ৰীড়া বিশ্ববিদ্যালয়
- কেন্দ্ৰীয় গৃহমন্ত্ৰী, সৰ্বানন্দ সোণোৱাল ৰ উপস্থিত স্বাক্ষৰ
- এই চুক্তিয়ে অসমৰ অখণ্ডতা বৰ্তাই ৰাখিব - হিমন্ত বিশ্ব শৰ্মা
- বিটিচিৰ আসন 60 খনলৈ বৃদ্ধি
- উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক বাবে বি টি আৰৰ লাগিব অনুমতি
- বিটিএডিৰ পৰা কৰ্তন হ'ব বড়ো সংখ্যা লঘিষ্ঠ গাঁও
- উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত বৰমাত গঠন হ’ব কেন্দ্ৰীয় বিশ্ববিদ্যালয়
- বড়ো ভাষা অসমত সহযোগী চৰকাৰী ভাষা হ’ব
- বড়োলেণ্ড আন্দোলনক লৈ হ’ব সংগ্ৰহালয়
- উদ্যোগ আৰু নিয়োগৰ বাবে দিয়া হ’ব বিশেষ পেকেজ
- ৰে’লৰ দবা নিৰ্মাণ কৰা কাৰখানা স্থাপন কৰা হ'ব BTRত
- তামুলপুৰত স্থাপন হ’ব কেঞ্চাৰ চিকিৎসালয়, মেডিকেল কলেজ
- বড়োসকলক সাংস্কৃতিক আৰু সামাজিক সুৰক্ষা প্ৰদান কৰা হ'ব
স্বাক্ষৰিত হ’ল তৃতীয় বড়ো চুক্তি - NDFB LIVE UPDATE
আজি শান্তি আলোচনাপন্থী এনডিএফবিৰ সৈতে তৃতীয়খন বড়ো চুক্তি
13:52 January 27
এই চুক্তিৰ জৰিয়তে বড়ো জনজাতিক বিশেষ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা দিয়া হ'ব

Intro:Body:
Conclusion:
NDFB LIVE UPDATE
Conclusion:
Last Updated : Jan 27, 2020, 2:43 PM IST
TAGGED:
NDFB LIVE UPDATE