ETV Bharat / bharat

NCB ৰ তদন্তৰ আওতাত শ্ৰুতি মোডী আৰু জয়া সাহা

author img

By

Published : Sep 16, 2020, 7:39 AM IST

নাৰ্ক'টিক্স কণ্ট্ৰল ব্যুৰোৱে মঙলবাৰে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ শ্ৰুতি মোডী আৰু টেলেণ্ট মেনেজাৰ জয়া সাহাক সোধপোছৰ বাবে মাতি পঠিয়ায় ৷ বুধবাৰে পুৱা শ্ৰুতি মোডী আৰু সাহাক drug law enforcement agency য়ে তেওঁলোকৰ মুম্বাইস্থিত কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰে ৷

NCB ৰ তদন্তৰ আওতাত শ্ৰুতি মোডী আৰু জয়া সাহা
NCB ৰ তদন্তৰ আওতাত শ্ৰুতি মোডী আৰু জয়া সাহা

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ: প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত নিচাজাতীয় দ্ৰব্যৰ গোচৰৰ তদন্তৰ বাবে NCB য়ে প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোডী আৰু টেলেণ্ট মেনেজাৰ জয়া সাহাক সোধপোছৰ বাবে মাতি পঠিয়ায় ৷ মঙলবাৰে এই বিষয়ে জানিবলৈ দিয়ে এগৰাকী জ্যেষ্ঠ বিষয়াই ৷

NCB ৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে উল্লেখ কৰা অনুসৰি drug law enforcement agency য়ে বুধবাৰে পুৱা শ্ৰুতি মোডী আৰু সাহাক তেওঁলোকৰ মুম্বাইস্থিত কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

দুয়োগৰাকীৰে সৈতে সুশান্ত আৰু তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ নিচাজাতীয় দ্ৰব্য সেৱনৰ লগতে, সেইসমূহ সৰবৰাহ কৰা সন্দৰ্ভত সোধপোছ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷

উল্লেখ্য যে, ইতিমধ্যে NCB য়ে ED ৰ নিৰ্দেশমৰ্মে ৰিয়া চক্ৰৱৰ্তীসহ শৌভিক চক্ৰৱৰ্তী, ছেমুৱেল মিৰাণ্ডা আৰু কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে নিচাজাতীয় সামগ্ৰীৰ লগত জড়িত গোচৰৰ বাবে ৷

লগতে পঢ়ক: SSR গোচৰ : ন্যায়িক জিম্মালৈ ড্ৰাগছ সৰবৰাহকাৰী কেশৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.