ETV Bharat / bharat

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

author img

By

Published : Jul 1, 2019, 7:42 PM IST

1 জুলাইৰ দিনটোত সমগ্ৰ দেশতে পালন কৰা হয় বিশ্ব চিকিৎসক দিৱস হিচাপে

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

দিল্লী, 1 জুলাইঃ আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ৷ 1 জুলাইৰ দিনটোত সমগ্ৰ দেশতে পালন কৰা হয় এই দিৱস ৷

পশ্চিম বংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা বিশিষ্ট চিকিৎসক প্ৰয়াত ডা0 বিধান চন্দ্ৰ ৰয়ৰ জন্মদিনটোত সমগ্ৰ দেশতে চিকিৎসক দিৱস উদযাপন কৰা হয় ৷ প্ৰত্যোক বৰ্ষতে ভিন্ন ভিন্ন বিষয়বস্তু (Theme)-ৰ ওপৰত উদযাপন কৰা হয় এই দিৱস ৷ "চিকিৎকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ হিংসাত্মক কাৰ্য সহ্য কৰা নহ'ব" শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা হয় এই দিৱস ৷ ভাৰতীয় চিকিৎসা সংস্থাই নিৰ্ধাৰিত কৰিছে এই বৰ্ষৰ বিষয়বস্তু ৷

assign

On Mon, Jul 1, 2019 at 5:33 PM Assam Desk <assamdesk@etvbharat.com> wrote:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.