ETV Bharat / health

এইকেইটা সৰু উপায়ে আপোনাৰ সন্তানৰ পঢ়া-শুনাত মনোযোগ বৃদ্ধিত কৰিব সহায় - Astro Tips

author img

By ETV Bharat Features Team

Published : Aug 30, 2024, 5:05 PM IST

Astro Tips: বহু চেষ্টাৰ পাচতো আপোনাৰ সন্তানে পঢ়া-শুনাত মনোযোগ দিব পৰা নাই নেকি ? তেন্তে আজি জ্যোতিষী ড৹ পৰশ মণি শৰ্মাৰ পৰা জানি লওক ইয়াৰ উপায়...

Astro tips
এইকেইটা সৰু উপায়ে আপোনাৰ সন্তানৰ পঢ়া-শুনাত মনোযোগ বৃদ্ধিত কৰিব সহায় (ETV Bharat Assam)

বহুবাৰ বহু অভিভাৱকে অভিযোগ কৰা দেখা যায় যে, তেওঁলোকৰ সন্তানে পঢ়া-শুনাৰ প্ৰতি মনোযোগ নিদিয়ে বা তেওঁলোকৰ সন্তানে বহু কষ্ট কৰাৰ পাচতো পঢ়া-শুনাত মনোযোগ দিব নাই পৰা ৷ এনে পৰিস্থিতিত আপুনি জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশ মণি শৰ্মাই আগবঢ়োৱা এইকেইটা উপায়েৰে আপুনি আপোনাৰ সন্তানৰ এই সমস্যা দূৰ কৰিব পাৰে ৷

জ্যোতিষী ড৹ পৰশ মণি শৰ্মা (ETV Bharat Assam)

সন্তানৰ পঢ়া-শুনা মনোযোগ আনিবলৈ কি উপায় কৰিব ?

১) এই ক্ষেত্ৰত সদায় আপোনাৰ সন্তানৰ পঢ়া-টেবুলখন চাব ৷ পঢ়া-টেবুলখন কোনটো দিশত আছে ৷ শিক্ষাৰ্থীসকল পঢ়া টেবুলখন সদায় উত্তৰ দিশৰ ফালে অন্যথা পূব দিশে থাকিব লাগে ৷

২) পঢ়াত মনোযোগ বৃদ্ধিৰ বাবে আপোনাৰ সন্তানে পঢ়িবলৈ বহা পঢ়া-টেবুলখনত এটা কাঁচৰ গিলাছত পানী ভৰাই তাত দুটা গোল নেমু( হালধীয়া বা সেউজীয়া যি কোনো ৰঙৰ) দি গিলাচটোত ৰাখিব পাৰে ৷ আৰু সেই গিলাছটোৰ পানীখিনি প্ৰতি দেওবাৰে সলনি কৰি থাকিব পাৰে ৷ মনত ৰাখিব যে, যেতিয়াই পঢ়িবলৈ বহে সেই গিলাছটোত পানীখিনি থকাটো প্ৰয়োজনীয়, গিলাছটোৰ পানীখিনিয়ে মনোযোগ বৃদ্ধিত সহায় কৰিব৷

৩) ফিটকিৰি আৰু কৰ্পূৰ আৰু নিমখ মিহলি কৰি পঢ়া টেবুলখনত এটা কাঁচৰ পাত্ৰত ৰাখিব পাৰে ৷

৪) পঢ়া সময়ত আপোনাৰ সন্তানৰ পঢ়া কোঠাটোত চন্দনৰ ধূপ লগাব পাৰে ৷ চন্দনৰ ধূপে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰাত সহায় কৰে ৷

৫) বজাৰত চন্দনৰ আতৰ বা পাৰফিউম পোৱা যায় ৷ এয়া গাঁত লগাব পাৰে এই উপায়ৰ ফলতো বহু সময়ত ভাল ফল পোৱা দেখা যায় ৷

৬) পঢ়াত মনোযোগৰ বাবে ল’ৰা বা ছোৱালীজনীয়ে সদায় সোমবাৰে শিৱ মন্দিৰ দৰ্শন কৰিব পাৰিলে ভাল ৷ তেওঁলোকে নোৱাৰিলে পিতৃ- মাতৃৰ কোনোবা এগৰাকীয়ে শিৱ মন্দিৰ গৈ, শিৱ লিংগৰ পানী আনি খাবলৈ দিব বা পঢ়া-টেবুলখনত ছটিয়াই দিব ৷

৭) অমাৱস্যাৰ দিনা গংগাজল দি গা ধুব পৰিলেও মনোযোগ বৃদ্ধিত সহায় হয় ৷

লগতে পঢ়ক: সুখবৰ! তিনিটা সন্তান জন্ম দিয়াসকলে লাভ কৰিব বিশেষ পুৰষ্কাৰ - Reward On Third Children

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.