ETV Bharat / bharat

সাময়িকভাৱে বাতিল ছম্বলপুৰ-টিটলাগড় শাখাৰ ৰে'ল

সাময়িকভাৱে বাতিল কৰা হৈছে ছম্বলপুৰ - টিটলাগড় শাখাৰ ৰে'ল ৷ ৰে'লৱে ট্ৰেকৰ ওপৰেদি পানী বাগৰি যোৱাৰ বাবে এনেদৰে বাতিল কৰা হয় ৰে'লৰ চলাচল ৷

author img

By

Published : Aug 13, 2019, 4:34 PM IST

সাময়িকভাৱে বাতিল ছম্বলপুৰ - টিটলাগড় শাখাৰ ৰে'ল

নেশ্বনেল ডেস্ক, 13 আগষ্ট : মঙলবাৰে পুৱাৰ ভাগত সাময়িকভাৱে বাতিল কৰা হৈছে ছম্বলপুৰ - টিটলাগড় শাখাৰ ৰে'ল ৷ এই ঘোষণা পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক জে. পি. মিশ্ৰাৰ ৷ উল্লেখ্য যে, ৰে'লৱে ট্ৰেকৰ ওপৰেদি পানী বাগৰি যোৱাৰ বাবে এনেদৰে বাতিল কৰা হয় ৰে'লৰ চলাচল ৷

বাতিল ছম্বলপুৰ - টিটলাগড় ৰে'ল

যাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে মহাপ্ৰৱন্ধক গৰাকীয়ে ৷ তথ্য অনুসৰি, বৰপালিত ছম্বলপুৰ - ৰায়াগডা এক্সপ্ৰেছ, লইছিঙা আৰু ডুংৰিপালীত আজমেৰ - পুৰী আৰু ইস্পাত এক্সপ্ৰেছ বাতিল কৰা হয় ৷ পানীৰ পৰিমাণ কম হ'লেহে পুনৰ ছম্বলপুৰ - টিটলাগড় শাখাৰ ৰে'লৰ চলাচল আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ৷

Intro:Body:

Bolangir(Odisha): Movement of trains halted temporarily on Sambalpur-Titlagarh section since early morning today due to water flowing over track at many locations. Train services to resume after water level recedes.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.