ETV Bharat / bharat

ভাৰতীয় বিদেশ সেৱাৰ বিষয়াক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ - বিদেশ সেৱা

ভাৰতীয় বিদেশ সেৱা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনালে ভাৰতীয় বিদেশ সেৱাত নিয়োজিত বিষয়াক। দেশবাসীৰ কল্যাণৰ বাবে ভাৰতীয় বিদেশ সেৱাৰ বিষয়াসকলে আগবঢ়োৱা সেৱাৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।

ভাৰতীয় বিদেশ সেৱাৰ বিষয়াক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Oct 9, 2020, 11:49 AM IST

নেশ্যনেল ডেস্ক, ৯অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভকামনা জনালে ভাৰতীয় বিদেশ সেৱাৰ বিষয়াসকলক। ভাৰতীয় বিদেশ সেৱা দিৱসত বিষয়াসকলৰ কৰ্তব্যনিষ্ঠাৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে। দেশৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু দেশৰ কল্যাণৰ বাবে বিশ্বজুৰি কৰি থকা কামক লৈও প্ৰশংসা কৰে। COVID-19 মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে বিদেশৰ পৰা ভাৰতীয় লোকক ভাৰতলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু প্ৰথম অৱস্থাত আন্ত:ৰাষ্ট্ৰীয় বিমান যাত্ৰা স্থগিত কৰা বাবে বিদেশত আবদ্ধ হৈ পৰে বহু ভাৰতীয়। এনে পৰিস্থিতিত ভাৰতীয় বিদেশ সেৱাৰ বিষয়াসকলে ভাৰতীয় লোকসকলক কৰা সহায় উল্লেখনীয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। টুইটযোগে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বিদেশ সেৱাৰ বিষয়াসকলক শুভকামনা জনায়।

  • On IFS day, greetings to all #IndianForeignService officers. Their work towards #ServingTheNation, furthering national interests globally are commendable. Their efforts during Vande Bharat Mission and other COVID related help to our citizens and other nations is noteworthy.

    — Narendra Modi (@narendramodi) October 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক:45 বছৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহয় চুৰাটৰ ৰামলীলা আৰু ৰাৱণ দহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.