COVID-19-মিজোৰামৰ কিশোৰে দান কৰিলে নিজৰ সঞ্চিত ধন - COVID-19
সমগ্ৰ দেশতে প্ৰকোপ চলোৱা মহামাৰী COVID-19ৰ সৈতে যুঁজ দিবলৈ মিজোৰামৰ এগৰাকী কিশোৰে নিজৰ সঞ্চিত ধন দান কৰে ৷ এইখিনি ধন কিশোৰজনে নিজৰ পিগী বেংকত জমা কৰি ৰাখিছিল ৷
নিউজ ডেস্ক, 2 এপ্ৰিলঃ মিজোৰামৰ এগৰাকী 7 বছৰীয়া কিশোৰে COVID-19ৰ মাজতে বিশেষ চৰ্চালৈ অহা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ দেশেই কৰ‘ণা মহামাৰীৰ সৈতে যুঁজ দি থকাৰ সময়ত মিজোৰামৰ কোলাছিৱ নগৰৰ বাসিন্দা ৰম্মেল লালমুআংছা নামৰ কিশোৰগৰাকীয়ে নিজৰ সঞ্চিত 399 টকা কৰ‘ণা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ দান কৰে ৷ যদিও এই অনুদান তেনেই কম, তথাপিও মিজোৰামৰ এইগৰাকী কিশোৰৰ কাৰ্যই মানৱপ্ৰেমৰ অন্য়তম উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে ৷
-
This tiny bundle contains Rs. 333/- in cash and coins;
— Zoramthanga (@ZoramthangaCM) March 31, 2020 " class="align-text-top noRightClick twitterSection" data="
7-year-old Rommel Lalmuansanga from Kolasib Venglai donated his entire savings to his Village Level Task Forces in this war against the dreaded Covid-19 pandemic
May the good Lord bless you abundantly
You are a Hero!#Hero pic.twitter.com/YfGbG9CHDI
">This tiny bundle contains Rs. 333/- in cash and coins;
— Zoramthanga (@ZoramthangaCM) March 31, 2020
7-year-old Rommel Lalmuansanga from Kolasib Venglai donated his entire savings to his Village Level Task Forces in this war against the dreaded Covid-19 pandemic
May the good Lord bless you abundantly
You are a Hero!#Hero pic.twitter.com/YfGbG9CHDIThis tiny bundle contains Rs. 333/- in cash and coins;
— Zoramthanga (@ZoramthangaCM) March 31, 2020
7-year-old Rommel Lalmuansanga from Kolasib Venglai donated his entire savings to his Village Level Task Forces in this war against the dreaded Covid-19 pandemic
May the good Lord bless you abundantly
You are a Hero!#Hero pic.twitter.com/YfGbG9CHDI
লালমুআংছাই এই ধনখিনি নিজৰ গাঁৱৰ এগৰাকী ব্যক্তিক প্ৰদান কৰি সেই ধনৰাশি প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে ৷ কিশোৰগৰাকীৰ এই কাৰ্য মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইট কৰাৰ লগতে প্ৰশংসা কৰে ৷