ETV Bharat / bharat

কোৱাৰেণ্টাইন কেন্দ্ৰত পৰ্যাপ্ত সুবিধা নোপোৱাৰ অভিযোগ প্ৰৱাসী শ্ৰমিকৰ

author img

By

Published : Jun 15, 2020, 7:25 AM IST

মহামাৰী কৰ'ণা ভাইৰাছে সমগ্ৰ দেশজুৰি দ্ৰুত গতিত বৃদ্ধি পোৱা সময়তে দেওবাৰে পশ্চিম বংগৰ এজন প্ৰৱাসী শ্ৰমিকে কোৱাৰেণ্টাইন কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ সুবিধা নপোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

কৰ'ণা ভাইৰাছ
পশ্চিম বংগৰ কোৱাৰেণ্টাইন কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ সুবিধা নপোৱাৰ অভিযোগ প্ৰৱাসী শ্ৰমিকৰ

নিউজ ডেস্ক, ১৫ জুনঃ পশ্চিম বংগৰ দাৰ্জীলিঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ সুবিধা নপোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰৱাসী শ্ৰমিকে । দেওবাৰে এগৰাকী প্ৰৱাসী শ্ৰমিকে দাৰ্জীলিঙৰ ফানছীদাৱা কোৱাৰেণ্টাইন কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ ।

এজন প্ৰৱাসী শ্ৰমিকৰ অভিযোগ অনুসৰি, কোৱাৰেণ্টাইন কেন্দ্ৰটোত থকা শৌচালয় পৰিতক্ত অৱস্থাত থকাৰ উপৰিও পানী সময়মতে নপোৱাত গা ধুৱলৈ অসুবিধাৰ সন্মুখীন হৈছে । তাৰোপৰি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পানীৰে গা ধুৱা পাচত খুজৱতি হয় বুলিও অভিযোগ উত্থাপন কৰে শ্ৰমিকজনে ।

উল্লখ্য যে, পশ্চিম বংগত বৰ্তমান পৰ্যন্ত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৭৫ জন লোকৰ । তাৰোপৰি ভাইৰাছত মুঠ ১১,০৮৭ জন ব্যক্তি আক্ৰান্ত হৈছে বুলিও সদৰি কৰে স্বাস্থ্য বিভাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.