ETV Bharat / bharat

পাকিস্তানৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া বৈদেশিক মন্ত্ৰালয়ৰ - কেন্দ্ৰীয়শাসিত অঞ্চল

এদিন পূৰ্বেই পাকিস্তানে ভাৰতৰ সৈতে থকা সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰাৰ কথা উল্লেখ কৰিছিল ৷ পৰৱৰ্তী সময়ত পাকিস্তানৰ সিদ্ধান্তক লৈ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

পাকিস্তানৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া বৈদেশিক মন্ত্ৰালয়ৰ
author img

By

Published : Aug 8, 2019, 3:59 PM IST

নিউজ ডেস্ক, 8 আগষ্টঃ পাকিস্তানৰ সিদ্ধান্তৰ পিচতেই ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এদিন পূৰ্বেই ভাৰতৰ সৈতে সকলোধৰণৰ আমোলাতান্ত্ৰিক সম্পৰ্কৰ লগতে বাণিজ্যিক আৰু বৈদেশিক সম্পৰ্ক ছেদ কৰাৰ কথা উল্লেখ কৰিছিল পাকিস্তানে ৷ পাকিস্তানৰ এই সিদ্ধান্তৰ পিচতে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে ৷

পূৰ্বেই এক অস্থায়ী সূচীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ উন্নয়ন বন্ধ কৰি ৰখা হৈছিল ৷ শেহতীয়াকৈ সাংবিধানিক প্ৰক্ৰিয়াৰে ভাৰতে অনুচ্ছেদ 370ক নাকচ কৰিছে ৷ জম্মু-কাশ্মীৰক প্ৰদান কৰা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদাই সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ লগতে এয়া ভাৰতবাসীৰ বাবে এক ন্যায়ৰ বিষয় বুলি উল্লেখ কৰে বৈদেশিক মন্ত্ৰালয়ে ৷ এয়া ভাৰতবৰ্ষৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় আৰু ইয়াত পাকিস্তানৰ ক'বলগীয়া একো নাই ৷

Intro:Body:

MEA

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.