নেশ্য়নেল ডেস্ক, 27 অক্টোবৰ: কেৰালাৰ এজন সিজু নামৰ ব্য়ক্তিৰ পত্নী আৰু সন্তানৰ চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল কুন্দ্ৰাস্থিত তেওঁৰ বাসগৃহত ৷ তাৰ পাছতে লোকজনে নিজেও আত্মহত্য়া কৰে ৷ তেওঁলোকে আত্মহত্য়া কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল ৷ মৃত পত্নী ৰাখী আৰু তিনি বছৰীয়া পুত্ৰ আদি 25 অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ মাতৃ-পুত্ৰ নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা আত্মীয়ই বিচাৰ খোচাৰ কৰি আছিল যদিও কোনো সম্ভেদ পোৱা নাছিল ৷ প্ৰাথমিক অনুসন্ধানৰ পাছত আৰক্ষীয়ে এয়া পাৰিৱেশিক কাৰনতে আত্মহত্য়া কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক : শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এগৰাকী ব্যক্তিৰ আকস্মিক মৃত্যু