ETV Bharat / bharat

এন আৰ চি সন্দৰ্ভত অমিত শ্বাহক সাক্ষাৎ মমতাৰ

author img

By

Published : Sep 19, 2019, 8:24 PM IST

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কোনো কাৰণে পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে ৷

এনআৰচি লৈ অমিত শ্বাহক সাক্ষাৎ মমতাৰ

নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ অসমত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে মমতা বেনাৰ্জীয়ে ৷

নতুন দিল্লীৰ নৰ্থ ব্লকস্থিত কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত 19 লাখ লোকৰ নাম অহা নাই সেইখন নাগৰিকপঞ্জী কোনো কাৰণতে মানি নলয় বুলি কয় মমতা বেনাৰ্জীয়ে ৷ 19 লাখ লোকৰ ভিতৰত বেছিভাগেই খিলঞ্জীয়া নাগৰিক হোৱাৰ লগতে অধিকাংশই তেওঁলোকৰ লাগতিয়াল নথি প্ৰদান কৰিছিল ৷ কিন্তু লাগতিয়াল নথি প্ৰদান কৰাৰ পিচটো তেওঁলোকৰ অন্তৰ্ভুক্তি নোহোৱা বিষয়টোত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে বুলি কয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ পূৰ্বেই মমতাই বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল ৷ ৰাজ্যখনৰ নামটো পশ্চিমবংগৰ পৰিৱৰ্তে বাংলা নামলৈ সলনি কৰা বিষয়ে এইদৰে প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল মমতা বেনাৰ্জী ৷

আনহাতে আজি অমিত শ্বাহৰ সৈতে হোৱা আলোচনাত অসমত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আসোৱাহপূৰ্ণ বুলি মন্তব্য কৰে ৷ এইখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কোনো কাৰণতে মানি নলয় বুলি কোৱাৰ লগতে পশ্চিমবংগত কোনো কাৰণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰিবলৈ দিয়া নহ'ব বুলিও প্ৰকাশ কৰে ৷

Intro:Body:

এনআৰচি লৈ অমিত শ্বাহক সাক্ষাৎ মমতাৰ 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কোনো কাৰণে পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে ৷ 

নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ অসমত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে মমতা বেনাৰ্জীয়ে ৷ 

নতুন দিল্লীৰ নৰ্থ ব্লকস্থিত কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত 19 লাখ লোকৰ নাম অহা নাই সেইখন নাগৰিকপঞ্জী কোনো কাৰণতে মানি নলয় বুলি কয় মমতা বেনাৰ্জীয়ে ৷ 19 লাখ লোকৰ ভিতৰত বেছিভাগেই খিলঞ্জীয়া নাগৰিক হোৱাৰ লগতে অধিকাংশই তেওঁলোকৰ লাগতিয়াল নথি প্ৰদান কৰিছিল ৷ কিন্তু লাগতিয়াল নথি প্ৰদান কৰাৰ পিচটো তেওঁলোকৰ অন্তৰ্ভূক্তি নোহোৱা বিষয়টোত এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে বুলি কয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 

ইয়াৰ পূৰ্বেই মমতাই বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল ৷ ৰাজ্যখনৰ নামটো পশ্চিমবংগৰ পৰিৱৰ্তে বাংলা নামলৈ সলনি কৰা বিষয়ে এইদৰে প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল মমতা বেনাৰ্জী ৷ 

আনহাতে আজি অমিত শ্বাহৰ সৈতে হোৱা আলোচনাত অসমত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আসোৱাহপূৰ্ণ বুলি মন্তব্য কৰে ৷ এইখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কোনো কাৰণতে মানি নলয় বুলি কোৱাৰ লগতে পশ্চিমবংগত কোনো কাৰণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰিবলৈ দিয়া নহ'ব বুলিও প্ৰকাশ কৰে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.