নিউজ ডেস্ক, 3 জুলাই: নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা বানৰ ফলত খহি পৰিল টিৱৰে বান্ধৰ অংশ ৷ জলমগ্ন 7 খন গাওঁ ৷ 25 জন লোক সন্ধানহীন ৷ পানীৰ ধলত উটি গ'ল 12 টা ঘৰ ৷ উদ্ধাৰ অভিযানত নামি পৰিছে এন ডি আৰ এফ, আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠন ৷
মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ টিৱৰে বান্ধ খহি 8 জনৰ মৃত্যু - মহাৰাষ্ট্ৰ
নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা বানৰ ফলত খহি পৰিল টিৱৰে বান্ধৰ অংশ ৷
মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ টিৱৰে বান্ধ খহি 6 জনৰ মৃত্যু
নিউজ ডেস্ক, 3 জুলাই: নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা বানৰ ফলত খহি পৰিল টিৱৰে বান্ধৰ অংশ ৷ জলমগ্ন 7 খন গাওঁ ৷ 25 জন লোক সন্ধানহীন ৷ পানীৰ ধলত উটি গ'ল 12 টা ঘৰ ৷ উদ্ধাৰ অভিযানত নামি পৰিছে এন ডি আৰ এফ, আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠন ৷
মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ টিৱৰে বান্ধ খহি 6 জনৰ মৃত্যু
নেৰা-নেপেৰা বৰষুণৰ ফলত বোৱা বানপানীৰ ফলত খহি পৰিল টিৱৰে বান্ধৰ অংশ ৷ জলমগ্ন 7 খন গাওঁ ৷ 25 জন লোক সন্ধানহীন ৷ পানীৰ ধলত বৈ গল 12 টা ঘৰ ৷ উদ্ধাৰকাৰী অভিযানত নামি পৰিছে এনডিআৰএফ, অৰক্ষী আৰু স্বেচ্চাসেৱী সংগঠন ৷

Last Updated : Jul 3, 2019, 5:43 PM IST