ETV Bharat / bharat

মহাৰাষ্ট্ৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণঃ কোনে পালে কি দায়িত্ব ! - Maha portfolio allocation

বিতৰণ কৰা হ'ল মহাৰাষ্ট্ৰ মন্ত্ৰীসভাৰ দপ্তৰ ৷ বিত্ত, গৃহ আৰু ৰাজহৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ প্ৰদান কৰা হয় ৷

অজিত পাৱাৰে লাভ কৰিলে বিত্ত বিভাগ
মহাৰাষ্ট্ৰত মন্ত্ৰীত্ব বিতৰণ
author img

By

Published : Jan 5, 2020, 5:51 PM IST

নেশ্বনেল ডেস্ক, 5 জানুৱাৰীঃ দেওবাৰে কংগ্ৰেছ-শিৱসেনা-এনচিপি মিত্ৰজোঁটৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ ৷ বিত্তমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাজহমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বসমূহ প্ৰদান কৰা হয় ৷ মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পৰামৰ্শৰ ভিত্তিত বিতৰণ কৰা মন্ত্ৰীত্বৰ তালিকা ৰাজ্যপাল ভগত সিং কোচিয়াৰীলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয় ৷

কাৰ হাতত কি দায়িত্ব
মহাৰাষ্ট্ৰৰ মন্ত্ৰীত্ব বিতৰণ

মন্ত্ৰীত্ব বিতৰণৰ তালিকা অনুসৰি, উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা এনচিপিৰ অজিত পাৱাৰে বিত্ত আৰু পৰিকল্পনা বিভাগৰো দায়িত্ব গ্ৰহণ কৰিব ৷ অনিল দেশমুখে গৃহবিভাগ, জয়ন্ত পাটিলে জলসম্পদ বিভাগ, চগন ভূজবালে খাদ্য আৰু যোগান বিভাগ আৰু নৱাব মালিকক সংখ্যালঘু উন্নয়ন বিভাগ প্ৰদান কৰা হৈছে ৷ কংগ্ৰেছৰ বালাচাহেব থোৰাটক ৰাজহ বিভাগ, অশোক চৱনক সমাজ কল্যান বিভাগ আৰু বৰ্ষা গাইকৱাডক শিক্ষা বিভাগ প্ৰদান কৰা হৈছে ৷ শিৱসেনাৰ নেতাসকলৰ ভিতৰত আদিত্য থাকৰেক পৰিৱেশ আৰু পৰ্যটন বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷ একনাথ সিন্ধে নগৰ উন্নয়ন বিভাগ, উদ্যোগ আৰু খনন বিভাগ, সুভাষ দেশাইয়ে মাৰাঠী ভাষা বিভাগ আৰু অনিল পৰৱেই পৰিৱহণ বিভাগৰ দায়িত্ব গ্ৰহণ কৰিব ৷ সঞ্জয় ৰাথোড়ক বন বিভাগ আৰু উদয় সামন্তক উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগ প্ৰদান কৰা হৈছে ৷ দাদা ভূছেক কৃষি বিভাগ, সন্দীপন ভূমৰেক সংস্থাপন বিভাগ, গোলাবৰাও পাটিলক পানী যোগান আৰু শংকাৰাও গাদাখক জলসিঞ্চন বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷

কাৰ হাতত কি দায়িত্ব
মহাৰাষ্ট্ৰৰ মন্ত্ৰীত্ব বিতৰণ

উল্লেখ্য যে, বহু জল্পনা-কল্পনা আৰু বিবাদৰ অন্তত কংগ্ৰেছ-শিৱসেনা-এনচিপিৰ মিত্ৰজোঁটত মহাৰাষ্ট্ৰ চৰকাৰ গঠন হৈছিল ৷ 28 নৱেম্বৰত উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ তেওঁৰ উপৰিও এনচিপি, কংগ্ৰেছ আৰু শিৱসেনাৰ মুঠ 6 জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছিল ৷ আনহাতে, 30 ডিচেম্বৰত তিনিওটা মিত্ৰজোঁটৰ দলৰ অজিত পাৱাৰ আৰু আদিত্য থাকৰেৰ সহিতে 36 জনকৈ নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷

আৰু পঢ়ক : পেৰিছত প্ৰৱাসী ভাৰতীয়ৰ CAA বিৰোধী প্ৰতিবাদ

Intro:Body:

Mumbai, Jan 5 (IANS) Maha Vikas Aghadi Chief Minister Uddhav Thackeray on Sunday allocated the portfolios to his team of ministers, six days after he expanded the cabinet on December 30, officials said.

Nationalist Congress Party's Deputy Chief Minister Ajit Pawar is the new Finance Minister and his party colleague Anil Deshmukh will be the Home Minister.

Shiv Sena's Aditya Thackeray is the new Environment and Tourism Minister, Eknath Shinde will handle the Urban Development portfolio, while their senior party colleague Subhash Desai will handle Industries Ministry.

The Congress' Balasaheb Thorat is the new Revenue Minister, and Nitin Raut will handle new Energy portfolio, while former Chief Minister Ashok Chavan has been given the Public Works Department.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.