ETV Bharat / bharat

সন্ত্ৰাসমুক্ত বিশ্ব গঢ়াৰ দিশত এখোজ ভাৰতৰ ! - বেআইনী কাৰ্যকলাপ

বুধবাৰে সদনত গৃহীত হ'ল সন্ত্ৰাসবাদী বিৰোধী বিল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিম্ন সদনত উত্থাপন কৰে বিধেয়কখন ৷

সন্ত্ৰাসমুক্ত বিশ্ব গঢ়াৰ দিশত এখোজ ভাৰতৰ !
author img

By

Published : Jul 24, 2019, 9:07 PM IST

নিউজ ডেস্ক, 24 জুলাই : বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিম্ন সদনত উত্থাপন কৰে বেআইনী কাৰ্যকলাপ সংশোধনী বিধেয়ক অথবা চমুকৈ সন্ত্ৰাসবাদ বিৰোধী বিধেয়ক ৷ উত্থাপনৰ পাচতেই এক দীঘলিয়া বিতৰ্কৰ অন্তত লোকসভাত গৃহীত কৰা হয় বিধেয়কখন ৷

নিজ ভাষণ প্ৰসংগত, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সংশোধনী বিধেয়কখনৰ জৰিয়তে যাতে কোনো ব্যক্তিয়ে বেআইনী কাৰ্যকলাপত জড়িত থকা অথবা ইয়াৰ বাবে প্ৰযোজ্য আইনৰ উলংঘা নকৰে সেইয়া সুনিশ্চিত কৰিব ৷ দেশত সন্ত্ৰাসবাদ কাৰ্যকলাপ দূৰ কৰাৰ ক্ষেত্ৰত এই আইনৰ অধীনত সন্ত্ৰাসবাদীৰে যোগসূত্ৰ থকা সন্দেহযুক্ত ব্যক্তিগৰাকীকো সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

Anti_terrorism_bill_Adopted_In_Loksabha

সন্ত্ৰাস মুক্ত বিশ্ব গঢ়াৰ  দিশত এখোঁজ ভাৰতৰ !

Summry : বুধবাৰে সদনত গৃহীত হ'ল সন্ত্ৰাসবাদী বিৰোধী বিল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিম্ন সদনত উত্থাপন কৰে বিধেয়কখন ৷

নিউজ ডেস্ক, 24 জুলাই : বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিম্ন সদনত উত্থাপন কৰে বেআইনী কাৰ্যকলাপ  সংশোধনী বিধেয়ক অথবা চমুকৈ সন্ত্ৰাসবাদ বিৰোধী বিধেয়ক ৷  উত্থাপনৰ পাচতেই এক দীঘলিয়া বিতৰ্কৰ অন্তত লোকসভাত গৃহীত কৰা হয় বিধেয়কখন ৷

নিজ ভাষণ প্ৰসংগত, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সংশোধনী বিধেয়কখনৰ জৰিয়তে যাতে কোনো ব্যক্তিয়ে বেআইনী কাৰ্যকলাপত জড়িত থকা অথবা ইয়াৰ বাবে প্ৰযোজ্য আইনৰ উলংঘা নকৰে সেইয়া সুনিশ্চিত কৰিব ৷ দেশত সন্ত্ৰাসবাদ কাৰ্যকলাপ দূৰ কৰাৰ ক্ষেত্ৰত এই আইনৰ অধীনত সন্ত্ৰাসবাদীৰে যোগসূত্ৰ থকা সন্দেহযুক্ত ব্যক্তিগৰাকীকো সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰাৰ আবশ্যকতা আছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.