নিউজ ডেস্ক, 18 এপ্ৰিল : দেশৰ 11 খন ৰাজ্য আৰু 1 টা কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ 95 খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 1600 জন প্ৰাৰ্থীয়ে ৷
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহ হৈছে-
ৰাজ্য সৰ্বমুঠ আসন ভোটদান অনুষ্ঠিত হোৱা সমষ্টি
তামিলনাডু 39 38
কৰ্ণাটক 28 14
মহাৰাষ্ট্ৰ 48 10
উত্তৰ প্ৰদেশ 80 8
বিহাৰ 40 5
ওড়িশা 21 5
অসম 14 5
ছত্তিশগড় 11 3
পশ্চিমবংগ 42 3
জম্মু কাশ্মীৰ 6 2
মণিপুৰ 2 1
পুডুচেৰী 1 1