ETV Bharat / bharat

বাৰ্ড ফ্লুৰ বাবে হাৰিয়ানাত লক্ষাধিক মুৰ্গীৰ মৃত্যু

author img

By

Published : Jan 5, 2021, 10:29 PM IST

বিগত সপ্তাহৰ পৰা ভাৰতবাসীয়ে বাৰ্ড ফ্লুৰ গ্ৰাসত পৰিছে ৷ মধ্য প্ৰদেশত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াৰ উপৰিও, গুজৰাট, ৰাজস্থান, হিমাচল প্ৰদেশতো এই ভাইৰাছ বিধে ইতিমধ্যে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷

Lakh of chickens die in Haryana's Panchkula; bird flu expected
বাৰ্ড ফ্লুৰ বাবে হাৰিয়ানাত লক্ষাধিক মুৰ্গীৰ মৃত্যু

নিউজ ডেস্ক, 5 জানুৱাৰী : ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বিগত সপ্তাহৰ পৰা ভাৰতবাসীয়ে বাৰ্ড ফ্লুৰ গ্ৰাসত পৰিছে ৷ মধ্য প্ৰদেশত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াৰ উপৰিও, গুজৰাট, ৰাজস্থান, হিমাচল প্ৰদেশতো এই ভাইৰাছ বিধে ইতিমধ্যে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷

মঙলবাৰে হাৰিয়ানাৰ দুখন জিলাত এই ভাইৰাছবিধৰ বাবে বহু লক্ষাধিক মুৰ্গীৰ মৃত্যু হয় ৷ তথ্য অনুসৰি, জিলাখনৰ তীন পোল্টি ফাৰ্মত অতি কমেও 1 লাখ মুৰ্গীৰ মৃত্যু হয় ৷ ইতিমধ্যে, মৃত মুৰ্গীৰ চেম্পল সংগ্ৰহ কৰি পৰীক্ষণৰ বাবে ভোপালস্থিত গৱেষণাকেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷

ইয়াৰ সমান্তৰালভাৱে প্ৰতিখন জিলাৰ পশুপালন বিভাগ সমূহক সতৰ্ক কৰি দিয়া হৈছে ৷ আনহাতে, হিমাচল প্ৰদেশ আৰু হাৰিয়ানাত মুৰ্গীৰ মাংস বিক্ৰী আৰু খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞ জাৰি কৰিছে চৰকাৰ তথা প্ৰশাসনে ৷

লগতে পঢ়ক : কেম্প ফায়াৰৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.