ETV Bharat / bharat

আস্থাভোটত পৰাজিত কুমাৰাস্বামী চৰকাৰ - জে ডি(এচ)

কংগ্ৰেছ-জে ডি(এচ) চৰকাৰখনে আস্থাভোটত লাভ কৰিবলৈ সক্ষম হয় 99 টা ভোট আনহাতে বিজেপিয়ে লাভ কৰে 105 টা ভোট ৷ 14 মাহ পিছত পতন হয় কুমাৰাস্বামী চৰকাৰখনৰ ৷

আস্থাভোটত নৎস্যাত কুমাৰাস্বামী চৰকাৰ
author img

By

Published : Jul 23, 2019, 10:01 PM IST

নিউজ ডেস্ক, 23 জুলাই: 7 জুলাইৰ পৰা অস্থিৰ হৈ থকা এইচ ডি কুমাৰাস্বামী চৰকাৰৰ অৱশেষত ভাগ্য নিৰ্ধাৰণ হ’ল ৷

আস্থাভোটত কংগ্ৰেছ-জে ডি(এচ) চৰকাৰখন অসফল হ’ল ৷

কংগ্ৰেছ-জে ডি(এচ) চৰকাৰখনে আস্থাভোটত লাভ কৰিলে 99 টা ভোট আনহাতে বিজেপিয়ে লাভ কৰে 105 টা ভোট ৷ 14 মাহ পিছত পতন হয় কুমাৰাস্বামী চৰকাৰখনৰ ৷

ইয়াৰ লগতে আগন্তুক 48 ঘন্টাৰ বাবে কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত সান্ধ্য আইন জাৰি কৰা হয় ৷ সকলো ধৰণৰ পাভ আৰু ৱাইন শ্ব’প এই সময়চোৱাত বন্ধ থাকিব ৷
  • HD Kumaraswamy arrives at Raj Bhavan in Bengaluru. Kumaraswamy led Congress-JD(S) government lost trust vote in the assembly, today. pic.twitter.com/F9gTYxRup8

    — ANI (@ANI) July 23, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

আস্থাভোটত পৰাজিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী কুমাৰাস্বামীয়ে ৰাজ্যপাললৈ প্ৰেৰণ কৰে তেওঁৰ পদত্যাগ পত্ৰ আৰু ৰাজ্যপালে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ৷

KUMARASWAMY LOSES TRUST VOTE

আস্থাভোটত নৎস্যাত কুমাৰাস্বামী চৰকাৰ

নিউজ ডেস্ক, 23 জুলাই: 7 জুলাইৰ পৰা অস্থিৰ হৈ থকা এইচ ডি কুমাৰাস্বামী চৰকাৰখনৰ অবশেষত ভাগ্য নিৰ্ধাৰণ হ’ল ৷ আস্থাভোটত কংগ্ৰেছ-জে ডি(এচ) চৰকাৰখন অসফল হ’ল ৷ কংগ্ৰেছ-জে ডি(এচ) চৰকাৰখনে আস্থাভোটত লাভ কৰিবলৈ সক্ষম হয় 99 টা ভোট আনহাতে বিজেপিয়ে লাভ কৰে 105 টা ভোট ৷ 14 মাহ পিছত পতন হয় কুমাৰাস্বামী চৰকাৰখনৰ ৷
ইয়াৰ লগতে আগন্তোক 48 ঘন্টাৰ বাবে কৰ্ণাটকৰ ৰাজধানী বাংগালোৰুত সান্ধয়া আইন জাৰি কৰা হয় ৷ সকলো ধৰণৰ পাব আৰু ৱাইন শ্বপ এই সময়চোৱাত বন্ধ থাকিব ৷
আস্থাভোটত হৰা পিছত মুখ্যমন্ত্ৰী কুমাৰাস্বামীয়ে ৰাইজ্যপাললৈ প্ৰেৰণ কৰে তেঁওৰ পদত্যাগ পত্ৰ আৰু পাইজ্যপালে তেঁওৰ পদত্যাগ পত্ৰ গ্ৰহন কৰে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.