ETV Bharat / bharat

তিনিখন বিদেশী ৰাষ্ট্ৰৰ পৰিচয় পত্ৰ গ্ৰহণ ৰাষ্ট্ৰপতিৰ - ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে নিউজলেণ্ড, ইউনাইটেড কিংডম আৰু উজবেকিস্তানৰ মুৰব্বীৰ সৈতে তেওঁলোকে গ্ৰহণ কৰা “হেড অফ মিচন” ক সমৰ্থন জনায় । লগতে উক্ত দেশ তিনিখনৰ সৈতে ভাৰতৰ সু-সম্পৰ্ক গঢ়ি উঠাৰ বাবে ৰাষ্ট্ৰ তিনিখনৰ ৰাষ্ট্ৰদূত সকলক ধন্যবাদ জনায় ।

kovind-accepts-credentials-from-envoys-from-new-zealand-uk-uzbekistan-conveys-warm-wishes-on-their-appointment

author img

By

Published : Jul 10, 2020, 1:34 AM IST

নিউজ ডেস্ক, ৯ জুলাই : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে নিউজলেণ্ড, ইউনাইটেড কিংডম আৰু উজবেকিস্তানৰ প্ৰমুখৰ পৰা “হেড অফ মিচন” নামৰ পৰিচয় পত্ৰ গ্ৰহণ কৰে । লগতে উক্ত দেশ তিনিখনৰ সৈতে ভাৰতৰ সু-সম্পৰ্ক গঢ়ি উঠাৰ বাবে ৰাষ্ট্ৰ তিনিখনৰ ৰাষ্ট্ৰদূত সকলক ধন্যবাদ জনায় । লগতে মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে বিশ্বৰ প্ৰতিখন দেশে চেষ্টা চলাই আছে কিন্তু মহামাৰীক প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰত সৰ্বশেষ্ঠ বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে জানিব দিয়ে ।

আনহাতে, দেশ তিনিখনৰ লগত সম্পৰ্ক গঢ়ি উঠাৰ পিচতে ৰাষ্ট্ৰপতি গৰাকীয়ে পুনৰ কয় যে, ভাৰতে পুনৰ ২০২১-২২ বৰ্ষত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচন হোৱাটো ভাৰতৰ বাবে শুভ লক্ষণ । যাৰ জৰিয়তে শান্তি আৰু নিৰাপত্তা সুনিশ্চিত হ'ব বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি ভৱনৰ পৰাই ৰাষ্ট্ৰপতি গৰাকীয়ে এক ভিডি'অ কনফাৰেন্সৰ জৰিয়তে তিনিওখন ৰাষ্ট্ৰৰ সৈতে সংযুক্ত হৈছিল ।

লগতে পঢ়ক : দিল্লীত নিৰ্মাণ 10,000 বিচনাযুক্ত কোভিড কেয়াৰ হাস্পতাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.