ETV Bharat / bharat

কেৰালাত আৰম্ভ SSLC, উচ্চতৰ মাধ্যমিক আৰু VHSE পৰীক্ষা - কেৰালাত আৰম্ভ SSLC, উচ্চতৰ মাধ্যমিক আৰু VHSE পৰীক্ষা

কেৰালা চৰকাৰে পৰীক্ষাসমূহ 26 মে'ৰ পৰা 31 মে'লৈ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল । আজি প্ৰায় 13 লাখ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

কেৰালাত আৰম্ভ SSLC, উচ্চতৰ মাধ্যমিক আৰু VHSE পৰীক্ষা

author img

By

Published : May 26, 2020, 12:32 PM IST

নিউজ ডেস্ক, 26 মে': কেৰালাত মঙলবাৰৰ পৰা আৰম্ভ হয় আৰম্ভ হয় SSLC, উচ্চতৰ মাধ্যমিক আৰু VHSE পৰীক্ষা । ৰাজ্য চৰকাৰৰ দ্বাৰা এই পৰীক্ষাসমূহ সুৰক্ষিত ধৰণেৰে সঞ্চালিত কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰ বাবে কেতবোৰ নিৰ্দেশনাও জাৰী কৰিছে । আজি প্ৰায় 13 লাখ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

পৰীক্ষাৰ দুদিন পূৰ্বেই ৰাজ্যখনৰ ওয়ানাড় জিলাৰ বিদ্যালয়সমূহ ছেনিটাইজ কৰা হৈছে ।

কেৰালাৰ শিক্ষামন্ত্ৰী প্ৰফেচৰ চি ৰবিন্দ্ৰনাথে পূৰ্বে প্ৰকাশ কৰিছে যে, শিক্ষা বিভাগে পূৰ্বৰ শিক্ষাৰ পৰিৱেশ উভতাই আনিবলৈ চেষ্টা কৰি আছে । তেওঁ কয় যে, বিদ্যালয়সমূহ, স্থানীয় সমিতি, শিক্ষক-কৰ্মচাৰীৰ সহযোগিতাত ছেনিটাইজ কৰা হৈছে । শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, স্বাস্থ্য বিভাগৰ পৰামৰ্শ আৰু নিৰ্দেশনা অনুসৰিয়ে বিদ্যালয়সমূহ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

কেৰালা চৰকাৰে পৰীক্ষাসমূহ 26 মে'ৰ পৰা 31 মে'লৈ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.