ETV Bharat / bharat

লক ডাউনৰ বাবেই হ্ৰাস পাব COVID-19ত আক্ৰান্তৰ সংখ্যাঃ চন্দ্ৰশেখৰ ৰাৱ

author img

By

Published : Apr 23, 2020, 11:21 PM IST

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ৰাজ্যখনত মহামাৰী COVID-19ত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব বুলি তেওঁ আশাবাদী বুলি মন্তব্য কৰে । COVID-19 প্ৰতিৰোধ কৰিবলৈ লক ডাউনৰ মানদণ্ড বজাই ৰখাৰ বাবেও জনসাধৰণক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

COVID-19
লক ডাউনৰ বাবেই হ্ৰাস পালে COVID-19 ত আক্ৰান্তৰ সংখ্যাঃ চন্দ্ৰশেখৰ ৰাৱ

নিউজ ডেস্ক,২৩ এপ্ৰিলঃ তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে আশা প্ৰকাশ কৰে যে, লক ডাউনৰ নিয়ম-নীতি কঠোৰ কৰিলে হ্ৰাস পাব মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । ২২ এপ্ৰিলত তেলেংগানাত মাত্ৰ ১৫ জন ব্যক্তি নতুনকৈ COVID-19 ত আক্ৰান্ত হোৱা বুলি সদৰী কৰি কয় যে,আগন্তুক দিনত ইয়াতকৈ ৰাজ্যখনত ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পাব ।

বুধবাৰে মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত মুখ্য সচিব সোমশ কুমাৰ,ডিজিপি এম মহেন্দ্ৰ ৰেড্ডী আৰু অন্য কেইবাগৰাকীও বিষয়ববীয়াক সাক্ষাৎ কৰি খবৰ লয়। লগতে বহু নিশালৈকে ৰাজ্যৰ COVID-19 পৰিস্থিতি সন্দৰ্ভত সমীক্ষা চলাই ।

সমীক্ষাৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,"চৰকাৰৰ দ্বাৰা লোৱা ব্যৱস্থা সমূহ পৰা ভাইৰাছটো সংক্ৰমিত হোৱাত বাধা হৈছে । যাৰ বাবে পূৰ্বতকৈ ভাইৰাছত আক্ৰান্ত হোৱা সংখ্যা হ্ৰাস পাইছে । যদি জনসাধাৰণে এনেকৈ সমৰ্থন আগবঢ়াই যায় নিয়ম পালন কৰে তেন্তে নিশ্চয়কৈ আমি এই ভাইৰাছক পৰাজয় কৰিব পাৰিম ।

লগতে চাওকঃ এইবাৰ ঘৰচীয়া মেকুৰীৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ ভাইৰাছ কৰ'ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.