নেশ্যনেল ডেস্ক, 12 আগষ্ট : কৰ্ণাটকত এখন ব্যক্তিগত বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত 5 জনকৈ লোকৰ ঘটনাস্থলীতে মৃত্যু হৈছে ৷ এগৰাকী মাতৃৰ সৈতে চাৰিটিকৈ শিশুৰ মৃত্যু হোৱা বুলি প্ৰাৰম্ভিক তথ্যৰ পৰা জানিব পৰা গৈছে ৷
হিৰিয়ুৰ তালুকৰ কে. আৰ. হাল্লী গেটৰ 4 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা ৷ বিজয়পুৰৰ পৰা বাংগালোৰলৈ ৰাওনা হৈছিল বাছখন ৷

লগতে পঢ়ক : 101 সংখ্যক জন্ম বাৰ্ষিকীত বিক্ৰম ছাৰাভাইৰ বিষয়ে জানো আহক...