ETV Bharat / bharat

প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱক চিকিৎসায়ৰ পৰা অব্যাহতি - প্ৰাক্তন ক্ৰিকেটাৰ

দেওবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কপিল দেৱক ৷ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ সহযোগী সেতন শৰ্মাই চিকিৎসালয়ত চিকিৎসক গৰাকীৰ সৈতে এখন ফটো টুইটাৰত আপল’ড কৰি জনালো এই কথা ৷

Kapil Dev discharged from hospital after angioplasty
প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱক চিকিৎসায়ৰ পৰা অব্যাহতি
author img

By

Published : Oct 25, 2020, 4:08 PM IST

নিউজ ডেস্ক,25অক্টোবৰঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধীনায়ক তথা প্ৰশিক্ষক কপিল দেৱৰ বুকুৰ বিষৰ বাবে দুদিন ধৰি চিকিৎসাধীন হৈ আছিল ৷

দেওবাৰে দিল্লীত চিকিৎসাধীন হৈ থকা চিকিৎসালয় খনৰ পৰা তেওঁক ঘৰলৈ যাৱলৈ অনুমতি প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, শনিবাৰে নিশা কপিল দেৱৰ বুকুৰ এক ক্ষুদ্ৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৷

লগতে পঢ়কঃ দাৰ্জিলিঙত সেনাৰ সৈতে শস্ত্ৰ-পূজা আগবঢ়ালে প্ৰতিৰক্ষামন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.