ETV Bharat / bharat

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন : দিনৰ 11 বজালৈ 29.19 % ভোটদান

author img

By

Published : Dec 20, 2019, 12:53 PM IST

ঝাৰখণ্ডত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ সৰ্বমুঠ 237 জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ লগতে 40,05,287 জন ভোটাৰে ভোটদান সম্পন্ন কৰিব ৷

7 বজাৰ পৰা আৰম্ভ অন্তিম পৰ্যায়ৰ নিৰ্বাচন
ঝাৰখণ্ড বিধানসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : শুকুৰবাৰে ঝাৰখণ্ডত অনুষ্ঠিত হৈছে পঞ্চম তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ অন্তিম পৰ্যায়ত 16 টা সমষ্টিৰ ভোটগ্ৰহণ সম্পন্ন কৰা হৈছে ৷ দিনৰ 11 বজালৈকে 29.19 % ভোটদান সাব্যস্ত হৈছে বুলি চৰকাৰী পক্ষই জানিবলৈ দিয়ে ৷ 16 টা সমষ্টিত 29 গৰাকী মহিলা প্ৰাৰ্থী সহিতে সৰ্বমুঠ 237 জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াত সৰ্বমুঠ 40,05,287 গৰাকী ভোটাৰে ভোটদান সম্পন্ন কৰিব ৷

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন
দিনৰ 11 বজালৈ 29.19 % ভোটদান

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ 237 জন প্ৰাৰ্থীৰ ভিতৰত অন্যতম হৈছে মুখ্যমন্ত্ৰী ৰঘুবীৰ দাসৰ কেবিনেট সদস্য ৰাজ পালিৱাৰ, লুইছ মাৰান্দি আৰু ৰনধীৰ সিং ৷

দিনৰ 11 বজালৈ 29.19 % ভোটদান

পঞ্চম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদানৰ বাবে টুইটাৰৰ জৰিয়তে ঝাৰখণ্ডবাসীক অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

আৰু পঢ়ক : IPL নিলাম : 62 জন খেলুৱৈত বিনিময় 140 কোটি

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.