- জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ভাৰত ভ্ৰমণ বাতিল
- নিৰাপত্তাজনিত কাৰণত ভ্ৰমণ বাতিল কৰে জাপানৰ প্ৰধান মন্ত্ৰীজনে
- দেওবাৰে ভাৰতলৈ অহাৰ কথা আছিল প্ৰধানমন্ত্ৰীগৰাকী
- অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় ভ্ৰমণসূচী
- বিদেশ মন্ত্ৰণালয়ে স্পষ্ট কৰে এই কথা
- অসমত অনুষ্ঠিত হ'বলগীয়া ইণ্ডো জাপান সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা আছিল শ্বিনজো আবেৰ
জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল
জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল
11:07 December 13
অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই বাতিল কৰিলে ভাৰত ভ্ৰমণৰ কাৰ্যসূচী
11:07 December 13
অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই বাতিল কৰিলে ভাৰত ভ্ৰমণৰ কাৰ্যসূচী
- জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ভাৰত ভ্ৰমণ বাতিল
- নিৰাপত্তাজনিত কাৰণত ভ্ৰমণ বাতিল কৰে জাপানৰ প্ৰধান মন্ত্ৰীজনে
- দেওবাৰে ভাৰতলৈ অহাৰ কথা আছিল প্ৰধানমন্ত্ৰীগৰাকী
- অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় ভ্ৰমণসূচী
- বিদেশ মন্ত্ৰণালয়ে স্পষ্ট কৰে এই কথা
- অসমত অনুষ্ঠিত হ'বলগীয়া ইণ্ডো জাপান সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা আছিল শ্বিনজো আবেৰ
Intro:Body:
Conclusion:
JAPAN PM BREAKING
Conclusion:
Last Updated : Dec 13, 2019, 11:43 AM IST
TAGGED:
JAPAN PM BREAKING