ETV Bharat / bharat

অমৰনাথ যাত্ৰা সন্দৰ্ভত জম্মুৰ মাণ্ডলিক আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক - জম্মু

চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ শুকুৰবাৰে জম্মুৰ মাণ্ডলিক আয়ুক্ত সঞ্জীৱ বাৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন বিশেষ বৈঠক । অমৰনাথ যাত্ৰাৰ পৰিচালনা সমিতি তথা বিভাগীয় সমিতি আৰু ৰাজমাৰ্গ জিলাৰ বিভিন্ন বিষয়ববীয়াৰ সৈতে অনুষ্ঠিত হোৱা এই বৈঠকত ভক্তসকলক মহামাৰী কৰ'ণা পৰা সজাগ কৰিবলৈ তথা ভক্তসকৰ অন্য়ান্য সুবিধা সন্দৰ্ভত আলোচনা কৰে ।

অমৰনাথ যাত্ৰা
অমৰনাথ যাত্ৰা সন্দৰ্ভত জম্মুৰ মাণ্ডলিক আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক
author img

By

Published : Jun 27, 2020, 12:19 PM IST

নিউজ ডেস্ক, ২৭ জুনঃ জম্মুৰ মাণ্ডলিক আয়ুক্ত সঞ্জীৱ বাৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত হয় চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা সন্দৰ্ভত এখন বিশেষ বৈঠক । অমৰনাথ যাত্ৰাৰ পৰিচালনা সমিতি তথা বিভাগীয় সমিতি আৰু ৰাজমাৰ্গ জিলা বিভিন্ন বিষয়ববীয়াৰ সৈতে অনুষ্ঠিত হয় এই বৈঠক ।

অমৰনাথ যাত্ৰা
অমৰনাথ যাত্ৰা সন্দৰ্ভত জম্মুৰ মাণ্ডলিক আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক

চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা সফল কৰি তুলিবলৈ বিভিন্ন ব্যৱস্থা সন্দৰ্ভত এই বৈঠক অনুষ্ঠিত কৰে বুলি সদৰি কৰে । লগতে এই বৈঠকত মাণ্ডলিক আয়ুক্ত সঞ্জীৱ বাৰ্মাই চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাত মহামাৰী COVID-19ৰ সজাগতা তথা প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ মত প্ৰকাশ কৰাৰ উপৰিও এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ।

লগতে ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অমৰনাথ যাত্ৰাত অংশ গ্ৰহণ কৰা তথা যাত্ৰাৰ বাবে জম্মুলৈ অহা সকলো ভক্তই কৰ'ণা টেষ্টৰ প্ৰমাণ পত্ৰ লগত লৈ আহিব লাগিব বুলিও উল্লেখ কৰে ।

লগতে বৈঠকত ভক্তসকৰ বাবে আশ্ৰয়স্থল,লাংৰা খাদ্য ব্যৱস্থাৰ লগতে অন্যান্য প্ৰয়োজনীয় সুবিধা প্ৰদানৰ সন্দৰ্ভতো এক বিবৃতিযোগে উল্লেখ কৰে ।

লগতে চাওকঃ বানে বুৰালে টিহুৰ বিস্তীৰ্ণ অঞ্চল: নীৰৱ প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.