ETV Bharat / bharat

কাশ্মীৰত গোচৰ ৰুজুৰ 6 ঘন্টাৰ ভিতৰত আটক ধৰ্ষণৰ অভিযুক্ত

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত এগৰাকী 17 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি ভিডিঅ’ ৰেকৰ্ড কৰি এই ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল ধৰ্ষণকাৰীয়ে ৷ এই সন্দৰ্ভত অভিযোগ দাখিলৰ 6 ঘন্টাৰ ভিতৰতে মহম্মদ আমীৰ ভাট নামৰ অভিযুক্তজনক আটক কৰে আৰক্ষীয়ে ৷

author img

By

Published : Dec 5, 2020, 3:59 PM IST

Police arrests rape accused within six hours in South Kashmir
কাশ্মীৰত গোচৰ ৰুজুৰ 6 ঘন্টাৰ ভিতৰত আটক ধৰ্ষণৰ অভিযুক্ত

নেশ্যনেল ডেস্ক,5 ডিচেম্বৰঃ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত গোচৰ ৰুজু কৰাৰ 6 ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় অভিযুক্তক ৷ উল্লেখ্য যে, দেৱচৰ আৰক্ষী চকীত এজন ব্যক্তিয়ে গোচৰ ৰুজু কৰে যে, তেখেতৰ 17 বছৰীয়া নাবালিকা ভগ্নীক ধৰ্ষণ কৰি দুৰ্বৃত্তই ভিডিঅ’ ৰেকৰ্ড কৰাৰ উপৰিও পৰৱৰ্তী সময়ত সেই ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল ৷

এই অভিযোগৰ ভিত্তিতে দেৱচৰৰ SHOৰ নেতৃত্বত আৰু আৰক্ষী অধিক্ষকৰ তদৰাকত আৰক্ষীৰ এটি দলে অভিযান চলাই অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোকজন কুলগামৰ নিবাসী মহম্মদ আমীৰ ভাট বুলি জানিব পৰা গৈছে ৷ সমান্তৰালকৈ, POSCOৰ অধীনত তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-1.6 বিলিয়ন পালিৰে ভাৰত বিশ্বৰ ভিতৰত সৰ্বাধিক কৰ‘ণা ভেকচিন ক্ৰয় কৰা দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.