ETV Bharat / bharat

ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল জম্মু-কাশ্মীৰ - J&K police destroy IED;

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেনধৰ ছেক্টৰত মটৰ চাইকেলত সংলগ্ন কৰি ৰখা ২.৪ কেজি বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ কোনো সন্ত্ৰাসবাদীয়ে মটৰচাইকেলসহ আইইডিটো সেই স্থানত থৈ সমীপৱৰ্তী জংঘলৰ মাজত আত্মগোপন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

J&K police destroy IED; timely detection averts major tragedy
ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰে জম্মু-কাশ্মীৰ
author img

By

Published : Jan 10, 2021, 9:59 PM IST

নিউজ ডেস্ক, 10 জানুৱাৰী : এক ভয়ংকৰ বিস্ফোৰণৰ পৰা দেওবাৰে কথমপি ৰক্ষা পৰে জম্মু-কাশ্মীৰ ৷ জিলাখনৰ পুঞ্চ জিলাৰ মেনধৰ ছেক্টৰত মটৰ চাইকেলত সংলগ্ন কৰি ৰখা ২.৪ কেজি বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ যাৰ বাবে এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো ৷ পুঞ্চ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰমেশ এনগ্ৰলে প্ৰকাশ কৰা অনুসৰি শনিবাৰে নিশা প্ৰায় ১০ বজাত এটা গোহলাদ ৰীলন-মেনধৰ ৰোডৰ কাষত আৰক্ষীৰ এটা দলে বোমাটো উদ্ধাৰ কৰে আৰু শনিবাৰে মাজ নিশা প্ৰায় ১ বজাত বোমা বিশেষজ্ঞ দলে বোমাটো নিষ্ক্ৰিয় কৰে ৷

কোনো সন্ত্ৰাসবাদীয়ে মটৰচাইকেলসহ আইইডিটো সেই স্থানত থৈ সমীপৱৰ্তী জংঘলৰ মাজত আত্মগোপন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান আৰক্ষী আৰু সেনাৰ দলে যুটীয়াভাৱে সন্ত্ৰাসবাদীটোৰ সন্ধানত অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰো ৰুজু কৰিছে ৷

লগতে পঢ়ক : তৃতীয়টো লকডাউনৰ মাজতে নেতান্যাহুৰ বিৰুদ্ধে প্ৰতিবাদ ইজৰাইলবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.