ETV Bharat / bharat

চোপিয়ানত মহিলা আৰক্ষী বিষয়াক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ - মহিলা আৰক্ষী গুলীয়াই হত্যা

সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা মহিলা আৰক্ষী গৰাকী খুচবু জান বুলি জানিব পৰা গৈছে ৷

মহিলা আৰক্ষী বিষয়াক গুলীয়াই হত্যা
author img

By

Published : Mar 16, 2019, 11:20 PM IST

নিউজ ডেস্ক, ১৬ মাৰ্চঃ পুনৰ সন্ত্ৰাসবাদীৰ হাতত নিহত জম্মু কাশ্মীৰ আৰক্ষীত কৰ্মৰত জোৱান ৷ শনিবাৰে ৰাজ্যখনৰ চোপিয়ান জিলাত সংঘটিত হয় এই ঘটনা ৷

চোপিয়ানৰ ভেহিল গাঁওৰ নিজা বাসভৱনত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এগৰাকী মহিলা আৰক্ষীক ৷ ৰাজ্যখনৰ আৰক্ষী বিভাগে সংবাদমেলযোগে সদৰী কৰিছে এই কথা ৷ গুলীচালনাত বিশেষভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলা আৰক্ষীগৰাকীৰ স্থানীয় চিকিৎসালয়ত মৃত্যু হয় ৷ নিহত মহিলা আৰক্ষীগৰাকী খুচবু জান বুলি জনাইছে স্থানীয় আৰক্ষীয়ে ৷

মহিলা আৰক্ষী বিষয়াক গুলীয়াই হত্যা

ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷ আনহাতে সন্ত্ৰাসবাদীৰ সন্ধানত আৰক্ষী আৰু সেনাই সমগ্ৰ অঞ্চলটোতে অভিযান আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, যোৱাকালি অৰ্থাৎ ১৫মাৰ্চ শুক্ৰবাৰে ৰাজ্যখনৰগুলজাৰপোৰাত এগৰাকী চল্লিশ বছৰীয়া লোকক গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে ৷

J&K Police Woman Shot Dead by terrorists in Shopian 

J&K Police, Police Woman Shot Dead, Shopian Incidents, জম্মু  কাশ্মীৰ আৰক্ষী, মহিলা আৰক্ষী গুলীয়াই হত্যা, চোপিয়ান গুলীচালনা, সন্ত্ৰাসবাদ 

চোপিয়ানত মহিলা আৰক্ষী বিষয়াই গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ 

সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা মহিলা আৰক্ষী গৰাকী খুচবু জান বুলি জানিব পৰা গৈছে ৷ 

নিউজ ডেস্ক, 16 মাৰ্চঃ পুনৰ সন্ত্ৰাসবাদীৰ হাতত নিহত জম্মু কাশ্মীৰ আৰক্ষীত কৰ্মৰত জোৱান ৷ শনিবাৰে ৰাজ্যখনৰ চোপিয়ান জিলাত সংঘটিত হয় এই ঘটনা ৷ 

চোপিয়ানৰ ভেহিল গাঁওৰ নিজা বাসভৱনত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এগৰাকী মহিলা আৰক্ষীক ৷ ৰাজ্যখনৰ আৰক্ষী বিভাগে সংবাদমেলযোগে সদৰী কৰিছে এই কথা ৷ গুলীচালনাত বিশেষভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলা আৰক্ষীগৰাকীৰ স্থানীয় চিকিৎসালয়ত মৃত্যু হয় ৷ নিহত মহিলা আৰক্ষীগৰাকী খুচবু জান বুলি জনাইছে স্থানীয় আৰক্ষীয়ে ৷ 

ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷ আনহাতে সন্ত্ৰাসবাদীৰ সন্ধানত আৰক্ষী আৰু সেনাই সমগ্ৰ অঞ্চলটোতে অভিযান আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, যোৱাকালি অৰ্থাৎ 15 মাৰ্চ শুক্ৰবাৰে ৰাজ্যখনৰ J&K PoliceWoman.jfifগুলজাৰপোৰাত এগৰাকী চল্লিশ বছৰীয়া লোকক গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.