ETV Bharat / bharat

2021ত ভাৰতৰ মিচন ‘গগণযান’ - ৰাছিয়া

ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান "গগণযান"ৰ বাবে জানুৱাৰীৰ তৃতীয় সপ্তাহৰ পৰা ৰাছিয়াত অনুষ্ঠিত হ'ব প্ৰশিক্ষণ ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে এই তথ্য ৷

ISRO to train 4 astronauts for 'Gaganyaan', here's all you need to know
2021ত ভাৰতৰ মিশন ‘গগণযান’
author img

By

Published : Jan 2, 2020, 5:13 PM IST

নেশ্বনেল ডেস্ক, 2 জানুৱাৰীঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বুধবাৰে উল্লেখ কৰে যে ‘গগণযান’ৰ মহাকাশচাৰীৰ প্ৰশিক্ষণ জানুৱাৰীৰ তৃতীয় সপ্তাহৰ পৰা ৰাছিয়াত আৰম্ভ হ’ব ৷

ISRO to train 4 astronauts for 'Gaganyaan', here's all you need to know
2021ত ভাৰতৰ মিশন ‘গগণযান’

গগণযান অভিযানৰ সবিশেষঃ

বহু বছৰৰ বাধা তথা বিলম্বিত বিত্তীয় পুঁজিৰ পিচত ISROৰ মানৱ মহাকাশযান কাৰ্যক্ৰমৰ বাবে অৱশেষত 2018 চনৰ ডিচেম্বৰ মাহত চৰকাৰৰ দ্বাৰা এই পৰিযোজনাৰ বাবে 10,000 কোটি টকা আৱন্টন কৰা হৈছিল ৷ ইয়াৰ এমাহৰ পিচতে বাংগালুৰুত এটা মানৱ মহাকাশ উৰণ কেন্দ্ৰ স্থাপন কৰ হৈছিল ৷

পৰিকল্পনা অনুসৰি 2021 চনলৈ ইয়াক উৎক্ষেপন কৰাৰ লক্ষ্য হাতত লোৱা হৈছে ৷ আনহাতে পৰিকল্পনা মতে তিনিজনীয়া মহাকাশচাৰী দল এটাই মহাকাশত সাত দিন অতিবাহিত কৰিব ৷ আৰু এই অভিযান 2021 চনৰ ডিচেম্বৰত আৰম্ভ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷

আৰু পঢ়কঃ প্ৰথম চীফ অফ ডিফেন্স ষ্টাফৰ পোছাক মুকলি

Intro:Body:

Gaganyaan

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.