ETV Bharat / bharat

"উড়ান"ৰ অধীনত 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব ইণ্ডিগ'ৰ বিশেষ বিমান - কুৰ্নৌল আৰু বেংগালুৰু, বিশাখাপত্তনম আৰু চেন্নাইৰ মাজত পোনপটীয়া বিমান

অহা ২৮ মাৰ্চৰ পৰা কুৰ্নৌল আৰু বেংগালুৰু, বিশাখাপত্তনম আৰু চেন্নাইৰ মাজত পোনপটীয়া বিমান আৰম্ভ কৰিব ইণ্ডিগ'ই ৷ ইণ্ডিগ'ৰ মুখ্য কৌশল আৰু ৰাজহ বিষয়া সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে এই কথা ৷

IndiGo to start flights between Kurnool and three cities from March
"উড়ান"ৰ অধীনত 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব ইণ্ডিগ'ৰ বিশেষ বিমান
author img

By

Published : Jan 29, 2021, 10:24 PM IST

নিউজ ডেস্ক,29 জানুৱাৰী: আঞ্চলিক সংযোগ আঁচনি উড়ানৰ অধীনত অহা ২৮ মাৰ্চৰ পৰা কুৰ্নৌল আৰু বেংগালুৰু, বিশাখাপত্তনম আৰু চেন্নাইৰ মাজত পোনপটীয়া বিমান আৰম্ভ কৰিব ইণ্ডিগ'ই ৷ বিমান সংস্থাই প্ৰকাশ কৰা প্ৰেছ বিবৃত্তি অনুসৰি,ইণ্ডিগ'ৰ মুখ্য কৌশল আৰু ৰাজহ বিষয়া সঞ্জয় কুমাৰে জনাইছে যে, "ইয়াৰ জৰিয়তে দক্ষিণ ভাৰতত কৌশলগতভাৱে আঞ্চলিক সংযোগ বৃদ্ধি হ'ব,কিয়নো কুৰ্নৌল অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ তিনিটা ৰাজধানীৰ ভিতৰত এটা হ'ব, লগতে আগন্তুক হায়দৰাবাদ-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ বাবে লাভজনক হ'ব।" মূলত বেংগালুৰু-কুৰ্নউল, বিশাখাপত্তনম-কুৰ্নৌল আৰু চেন্নাই-কুৰ্নৌল এই তিনিটা বিমান পথত আঞ্চলিক সংযোগ আঁচনিৰ অধীনত প্ৰতি সপ্তাহত চাৰিবাৰ বিমান চলাচল কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

IndiGo to start flights between Kurnool and three cities from March
"উড়ান"ৰ অধীনত 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব ইণ্ডিগ'ৰ বিশেষ বিমান

উড়ান প্ৰকল্পৰ অধীনত সেৱা আগবঢ়াই থকা আৰু সেৱাৰ উদ্দেশ্যে নিৰ্মিয়মান অৱস্থাত থকা বিমানবন্দৰ সমূহক উৎসাহিত কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা বিত্তীয় উদগনি প্ৰদান কৰা হ'ব ৷ আনহাতে প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি কুৰ্নুলে অন্ধ্ৰ প্ৰদেশৰ ন্যায়িক ৰাজধানী হ'ব আৰু ইয়াৰ বৰ্ধিত সংযোগ ক্ষমতাই কেৱল পৰ্যটকসকলক নহয়, চহৰলৈ অহা-যোৱা কৰা চৰকাৰী বিষয়াসকলকসহায় কৰিব।

লগতে পঢ়কঃ চিবিআইৰ পুনঃনিৰ্মাণৰ নতুন ম’বাইল ৱেবচাইট মুকলি সঞ্চালকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.