ETV Bharat / bharat

'ইছলামোফ'বিয়া'ৰ ঘটনাক লৈ মত প্ৰকাশ মুখতাৰ আব্বাছ নাকভিৰ - মুখতাৰ আব্বাছ নাকভি

দেশখন মুছলনাম লোকেৰে সমৃদ্ধ । যিসকলে পৰিৱেশ বিনষ্ট কৰিবলৈ প্ৰয়াস কৰিছে তেওঁলোক কেতিয়াও কাৰো বন্ধু হ'ব নোৱাৰে বুলি উল্লেখ কৰে সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে ।

মুখতাৰ আব্বাছ নাকভি
মুখতাৰ আব্বাছ নাকভি
author img

By

Published : Apr 21, 2020, 4:49 PM IST

নেশ্যনেল ডেস্ক, ২১ এপ্ৰিলঃ ইছলামিক সহযোগিতা সংস্থাৰ দ্বাৰা 'ইছলামোফ'বিয়া'ৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশৰ কেইবাদিনো পিচত,সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে মঙলবাৰে কয়,দেশখন মুছলনাম লোকেৰে সমৃদ্ধ । যিসকলে পৰিৱেশ বিনষ্ট কৰিবলৈ প্ৰয়াস কৰিছে তেওঁলোক কেতিয়াও কাৰো বন্ধু হ'ব নোৱাৰে ।

ইছলামিক সহযোগিতা সংস্থাই দেওবাৰে ভাৰতত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ অধিকাৰ ৰক্ষাৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ আৰু দেশত 'ইছলামোফ'বিয়া'ৰ ঘটনা বন্ধ কৰিবলৈ আহ্বান জনাইছে ।

সংস্থাটোৰ আললোচনা সম্বন্ধে সোধাত নাকভিয়ে কয়,তেওঁলোকে তেওঁলোকৰ কাম দৃঢ় বিশ্বাসেৰে কৰি আছে ।

সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী গৰাকীয়ে কয় যে, "ধৰ্মনিৰপেক্ষতা আৰু সদ্ভাৱ কোনো ৰাজনৈতিক ফেশ্বন নহয়,ই ভাৰত আৰু ভাৰতীয় সকলৰ বাবে এক নিখুত আৱেগ ।"

লগতে পঢ়কঃ কেদাৰনাথ মন্দিৰৰ মুখ্য ধৰ্মগুৰুক ১৪ দিনলৈ কোৱাৰেণ্টাইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.