ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - ভাৰতত কৰ'ণা মহামাৰীৰ সংক্ৰমণ

23 ছেপ্তেম্বৰলৈ ভাৰতত কৰ'ণা মহামাৰীৰ সংক্ৰমণ 56,46,010 গৰাকীলৈ বৃদ্ধি পায় ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 90,020 গৰাকীলৈ ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
author img

By

Published : Sep 23, 2020, 3:02 PM IST

নেশ্যনেল ডেস্ক, 23 ছেপ্তেম্বৰ: ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 56 লক্ষাধিক ৷ বিগত 24 ঘণ্টাৰ ভিতৰত দেশত 83,347 গৰাকী লোকৰ দেহত নতুনকৈ পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীৰ সংক্ৰমণ ভাৰতত বৃদ্ধি পায় 56,46,010 গৰাকীলৈ ৷ ইয়াৰ বিপৰীতে দেশত বিগত 24 ঘণ্টাত নতুনকৈ 1,085 গৰাকী লোকে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 90,020 গৰাকীলৈ ৷

উল্লেখ্য যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি দেশত বৰ্তমানলৈ 6,62,79,462 টা নমুনা পৰীক্ষা সম্পন্ন হৈছে ৷ মঙলবাৰৰ দিনটোত সমগ্ৰ দেশতে 9,53,683 টা নমুনা পৰীক্ষা সম্পন্ন হৈছে ৷

লগতে পঢ়ক: কাশ্মীৰৰ জাকজমক বিয়াৰ উছাহত পানী ঢালিছে কোভিডে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.