ETV Bharat / bharat

ভাৰতীয় সেনাৰ বৃহৎ দল গলৱান সীমান্তলৈ ৰাওনা

সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত সংঘটিত হোৱা লাডাখৰ গলৱান সীমান্তৰ ফালে বুধবাৰে ভাৰতীয় সেনাৰ বৃহৎ দল এটাই যাত্ৰা কৰিছে । দুয়োখন দেশৰ বিদেশ মন্ত্ৰীয়ে ফোনত সংযুক্ত হৈ উক্ত সমস্যাৰ শান্তি পূৰ্ণ সমাধান বিচাৰিছে ।

author img

By

Published : Jun 17, 2020, 10:25 PM IST

indian-army-troops-seen-moving-towards-ladakh

নিউজ ডেস্ক, ১৭ জুন : সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত সংঘটিত হোৱা লাডাখৰ গলৱান সীমান্তৰ ফালে বুধবাৰে ভাৰতীয় সেনাৰ বৃহৎ দল এটাই যাত্ৰা কৰিছে ।

indian-army-troops-seen-moving-towards-ladakh
ভাৰতীয় সেনাৰ বৃহৎ দল গলৱান সীমান্তলৈ ৰাওনা

চীনৰ ফালৰ পৰা বুধবাৰে জনোৱা অনুসৰি, বিগত বহু দশকৰ পৰাই ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা কেন্দ্ৰিক বিবাদৰ শান্তি পূৰ্ণ আলোচনা বিচাৰিছিল ।

উক্ত ঘটনাৰ পিছত শ্বহীদ হোৱা ভাৰতীয় সৈনিক সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনাই যে, যিসকল সেনাই দেশ মাতৃৰ বাবে নিজৰ জীৱন আহুতি দিলে তেওঁলোকক লৈ মই গৰ্বিত ।

জানিব পৰা মতে, দুয়োখন দেশৰ বিদেশ মন্ত্ৰীয়ে ফোনত সংযুক্ত হৈ উক্ত সমস্যাৰ শান্তি পূৰ্ণ সমাধান বিচাৰিছে ।

ভাৰতীয় সুৰক্ষা বাহিনীৰ ফালৰ পৰা জনোৱা অনুসৰি, উক্ত সংঘৰ্ষত দুয়ো পক্ষৰ মাজত গুলী ব্যৱহাৰ কৰা হোৱা নাছিল ।

লগতে পঢ়ক : দায়বদ্ধ তথা মানৱ কেন্দ্ৰিক উন্নয়নৰ অৰ্থে জি পি এ আইৰ প্ৰতিষ্ঠাতা সদস্য হিচাপে যোগদান ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.