ETV Bharat / bharat

ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য

author img

By

Published : Apr 7, 2020, 8:49 PM IST

ভাৰতত বৰ্তমানলৈকে COVID19 ত আক্ৰান্ত হৈছে 4789 গৰাকী লোক ৷ ইয়াৰে 124 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 352 গৰাকী লোকে ৷

INDIA TRACKER : STATEWISE DATA
INDIA TRACKER : STATEWISE DATA

নিউজ ডেস্ক, 7 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত 7 এপ্ৰিলৰ সন্ধিয়া 6 বজালৈকে COVID19 আক্ৰান্ত হৈছে 4789 গৰাকী লোক ৷ ইয়াৰে 124 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 352 গৰাকী লোকে ৷ ভাৰতৰ সৰ্বাধিক কৰ'ণা আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ৷ প্ৰায় 868 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷ তামিলনাডুত আক্ৰান্তৰ সংখ্যা 621 গৰাকী ৷

লগতে পঢ়ক : গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ এবছৰলৈ ৩০ শতাংশকৈ কৰ্তন হ'ব মন্ত্ৰী বিধায়কৰ দৰমহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.