ETV Bharat / bharat

COVID-১৯: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - কৰ'ণাত আক্ৰান্ত

ভাৰতত মুঠ ৯২,২২,২১৬ জন লোক এতিয়ালৈকে কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে। নতুনকৈ ৪৪,৩৭৬ জন মহামাৰীৰ গ্ৰাসত পৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, মঙলবাৰলৈকে নমুনা পৰীক্ষা কৰা হৈছে ১১,৫৯,০৩২ জন লোকৰ।

COVID-১৯: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Nov 25, 2020, 1:23 PM IST

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা COVID-১৯ মহামাৰীয়ে বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰততো ত্ৰাসৰ সৃষ্টি কৰিছে। মহামাৰীৰ কবলত পৰিছে লাখ লাখ লোক। মৃত্যুৰে যুঁজি চিৰবিদায় মাগিছে বহুজনে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে ৯২ লাখৰো অধিক লোক আক্ৰান্ত হৈছে COVID-১৯ত। নতুনকৈ ৪৪,৩৭৬ জন লোক মহামাৰীৰ কবলত পৰিছে। মন্ত্ৰালয়ৰ মতে, ভাৰতত ৮৬.৪২ লাখ লোক এতিয়ালৈকে আৰোগ্য হৈছে।

COVID-১৯: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-১৯: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

বুধবাৰে পুৱা ৮ বজাত প্ৰকাশিত তথ্যত দেখা গৈছে যে, নতুনকৈ ৪৮১ জন লোকে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছে। দেশত ১,৩৪,৬৯৯ জনে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ৯২,২২,২১৬ গৰাকী লোক বৰ্তমানলৈকে কৰ'ণাত আক্ৰান্ত হৈছে। এতিয়ালৈকে আৰোগ্য হোৱা ৮৬,৪২,৭৭১ জন লোকসহ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৩.৭২ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৬ শতাংশ।

লগতে পঢ়ক:ইন্দোৰৰ পৰা গুৱাহাটীলৈ পশ্চিমীয়া ৰে’লৱেৰ প্ৰথমখন কিষাণ ৰে’ল চলাচল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.