ETV Bharat / bharat

COVID-19 ৰ শেহতীয়া তথ্য

ভাৰতে দেওবাৰলৈকে 1,00,31,223 ক’ভিড-19 পৰীক্ষা কৰিছিল ৷ আই চি এম আৰৰ মতে, ১৯ ডিচেম্বৰত ১১,০৭,৬৮১ টা নমুনা পৰীক্ষা কৰা হৈছিল।

COVID-19 ৰ শেহতীয়া তথ্য
COVID-19 ৰ শেহতীয়া তথ্য
author img

By

Published : Dec 20, 2020, 2:16 PM IST

নেশ্য়নেল ডেস্ক , 20 ডিচেম্বৰ : ভাৰতত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা 1,00,31,223 লৈ বৃদ্ধি পাইছে ৷ প্ৰতিদিনেই 26,624 টা নতুন সংক্ৰমণ পোৱা গৈছে ৷ শনিবাৰে আপডেট কৰা তথ্য অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা 95.80 লাখলৈ বৃদ্ধি হৈ ৰাষ্ট্ৰীয় পুনৰুদ্ধাৰৰ হাৰ 95.51 শতাংশলৈ বৃদ্ধি হৈছে ৷

COVID-19 ৰ শেহতীয়া তথ্য
COVID-19 ৰ শেহতীয়া তথ্য

341গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পাচতেই মৃত্যুৰ হাৰ 1,৪45,477 লৈ বৃদ্ধি পাইছে ৷ আই চি এম আৰৰ মতে, শনিবাৰে 11,07,681 নমুনা পৰীক্ষা কৰি 19 ডিচেম্বৰলৈকে 16,11,98,195 টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক: অজন্তা নেওগৰ বিজেপি গমনক লৈ উত্তপ্ত কংগ্ৰেছ-বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.