ETV Bharat / bharat

ভাৰত-চীন সীমান্তত শ্বহীদ প্ৰায় 20 গৰাকী ভাৰতীয় সেনা - india china border news live

গালৱান ভেলীত কামাণ্ডিং অফিচাৰসহ প্ৰায় 20 গৰাকী ভাৰতীয় সেনা শ্বহীদ ৷ ইয়াৰোপৰি 10 গৰাকী সেনা বৰ্তমানেও সন্ধানহীন হৈ আছে ৷

Galwan takes deadly turn
Galwan takes deadly turn
author img

By

Published : Jun 16, 2020, 10:16 PM IST

নিউজ ডেস্ক, 16 : ভাৰত-চীন সীমান্তত উত্তপ্ত পৰিস্থিতি উদ্ভৱ হৈছে ৷ সোমবাৰে নিশা গালৱান ভেলী সীমান্তত ভাৰতীয় সেনা আৰু চীনা পিপল্চ লিবাৰেচন পাৰ্টীৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে ৷ সেনাৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বি সন্তোষ বাবু নামৰ কামাণ্ডিং অফিচাৰসহ প্ৰায় 20 গৰাকী ভাৰতীয় সেনা শ্বহীদ হৈছে ৷ ইয়াৰোপৰি 10 গৰাকী সেনা বৰ্তমানেও সন্ধানহীন হৈ আছে ৷ গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হৈছে আন কেইবাগৰাকীও সেনা ৷ 45 বছৰৰ ভিতৰত এইটোৱেই দুয়োখন দেশৰ মাজত আটাইতকৈ ডাঙৰ সংঘৰ্ষ ৷

লগতে পঢ়া : চীনৰ আক্ৰমণত শ্বহীদ ঝাৰখণ্ডৰ বীৰ জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.