ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ে CAA মানি ল'লে ধৰ্মনিৰপেক্ষতাৰ কফিনত অন্তিমটো গজাল হ'ব : দ্বিগ্বিজয় - কংগ্ৰেছ

নাগৰিকত্ব সংশোধনী আইন উচ্চতম ন্যায়ালয়ে মানি ল'লে সেয়া ধৰ্মনিৰপেক্ষতাৰ কফিনত অন্তিমটো গজাল হ'ব বুলি মন্তব্য দ্বিগ্বিজয় সিঙৰ ৷ ভূপালত এনেদৰে মন্তব্য কৰে জেষ্ঠ কংগ্ৰেছ নেতা দ্বিগ্বিজয় সিঙে ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতা
দ্বিগ্বিজয় সিং
author img

By

Published : Jan 24, 2020, 11:06 AM IST

নেশ্যনেল ডেস্ক, 24 জানুৱাৰী : জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিগ্বিজয় সিঙে বৃহস্পতিবাৰে কয় যে, উচ্চতম ন্যায়ালয়ে যদি নাগৰিকত্ব সংশোধনী আইন (CAA) সাংবিধানিক বুলি মানি লয় তেন্তে সেয়া ধৰ্মনিৰপেক্ষতাৰ কফিনত অন্তিমটো গজাল হ'ব ৷

দেশৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে বৰ্তমান আতংকত দিন কটাইছে ৷ আইনখনক অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ পাচতে ন্যায়ালয়ে ইয়াক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰে সেই কথা জানিবলৈ মুছলমানসকলে অধিৰ আগ্ৰহেৰে বাট চাই আছে বুলি মন্তব্য কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

ভূপালত উপস্থিত হৈ সাংবাদিকৰ আগত দ্বিগ্বিজয় সিঙে কয়, "আমাৰ দেশৰ বৃহৎ শক্তি হৈছে ভিন্নতাৰ মাজত একতা, কিন্তু ইয়াত আঘাত হানিছে প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৷"

ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কয়, "দ্বিগ্বিজয় সিঙক মুছলমান সমৰ্থক বুলি অভিহিত কৰা হৈছে ৷ মই হিন্দু সমৰ্থকো নহয় আৰু মুছলমান সমৰ্থকো নহয় ৷ মই ভাৰতীয়ৰ সমৰ্থক ৷"

"মুছলমানসকলে ভয়ত দিন কটাইছে...এই প্ৰক্ৰিয়া, ৰাজনৈতিক দল আৰু আৰক্ষীৰ ভূমিকাক লৈ তেওঁলোক নিৰাশ ৷ তেওঁলোকৰ বৰ্তমান একমাত্ৰ আশা হৈছে ন্যায়পালিকা ৷"

"উচ্চতম ন্যায়ালয়ে যদি মোডী-শ্বাহ চৰকাৰৰ সিদ্ধান্ত মানি লয় আৰু ইয়াক সাংবিধানিক বুলি ঘোষণা কৰে, তেন্তে এয়া ধৰ্মনিৰপেক্ষতাৰ কফিনত অন্তিমটো গজাল হ'ব ৷"

তেওঁ লগতে কয় যে, CAA বিৰোধী আন্দোলন এতিয়া "আমাৰ হাতৰ পৰা ওলাই গৈছে" আৰু "মহিলা আৰু শিশুসকলৰ" দ্বাৰা পৰিচালিত হৈছে ৷

তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে যে, কেন্দ্ৰীয় চৰকাৰৰ হাতত এক বিশেষ প্ৰক্ৰিয়াৰে নাগৰিকত্ব প্ৰদান কৰিব পৰা ক্ষমতা থকাৰ পাচতো CAA টানি অনাৰ কি প্ৰয়োজন হ'ল ৷

জম্মু-কাশ্মীৰৰ আৰক্ষী বিষয়া দাবিন্দৰ সিঙক এজন উগ্ৰপন্থীৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ পাচতো 'দেশদ্ৰোহ'ৰ অপৰাধত কিয় গোচৰ তৰা নহ'ল বুলি মন্তব্য কৰে সিঙে ৷

তেওঁ কয়, "বিজেপিৰ চকুত দাবিন্দৰ সিং ৰাষ্ট্ৰদ্ৰোহী নহয়, কিন্তু দ্বিগ্বিজয় সিং হয় ৷"

"মই অমিত শ্বাহক সুধিব বিচাৰো দাবিন্দৰ সিঙৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক কিয় অৰ্পন কৰিলে ৷"

আৰু পঢ়ক : অভিভাৱকৰ সৈতে অন্তিম সাক্ষাৎ সম্পৰ্কত নিৰ্বাক নিৰ্ভয়া কাণ্ডৰ মূল অপৰাধী

Intro:Body:

         Bhopal, Jan 23 (PTI) Senior Congress leader Digvijaya

Singh said on Thursday that if the Supreme Court held the

Citizenship (Amendment) Act (CAA) as constitutional, it would

be the "last nail in the coffin of secularism".

         The Muslim community in the country was living in

"fear" and looking up to the Supreme Court before which the

constitutionality of the law has been challenged, Singh said

here.

         "Unity in diversity is the biggest strength of our

country, which has been spoiled by (Prime Minister Narendra)

Modi-ji and (Union home minister) Amit Shah-ji," he told

reporters here.

         "Digvijaya Singh is being dubbed as pro-Muslim. I am

neither pro-Hindu nor pro-Muslim. I am pro-Indian," the Rajya

Sabha MP said.

         "Muslims are (living) in fear....They are disappointed

with the system, political parties and police. Their only ray

of hope is the judiciary," Singh said.

         "They (Muslims) are waiting for the verdict of Supreme

Court on the unconstitutional CAA," he said.

         "If they (the SC) uphold the Modi-Shah government's

decision considering this unconstitutional law as

constitutional, it will be the last nail in the coffin of

secularism," the veteran Congress leader said.

         Singh also said that the anti-CAA movement was now

"out of our hands" and being run "entirely by women and

children".

         He also questioned the need for bringing in the CAA

when the Union government was already empowered to grant

citizenship through a certain procedure.

         The CAA grants citizenship to non-Muslim refugees from

Pakistan, Afghanistan and Bangladesh who migrated to India

fleeing religious persecution.

         "This law has been brought to threaten and frighten

the Muslims," Singh alleged.

         The Congress leader also asked why Jammu and Kashmir

police officer Devendra Singh, arrested while allegedly

accompanying a terrorist, was not booked for "treason".

         "In the eyes of the BJP, he (Devendra Singh) was not

anti-national, but Digvijaya was," he quipped.

         "I want to ask Amit Shah why he handed over the probe

against Devendra Singh to the National Investigation Agency,"

Singh said.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.