ETV Bharat / bharat

CBIক হাথৰছ কাণ্ডৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ লক্ষ্ণৌ আদালতৰ

author img

By

Published : Nov 6, 2020, 11:23 AM IST

25 নৱেম্বৰত পুনৰ হাথৰছ কাণ্ডৰ শুনানি গ্ৰহণ ৷ CBI ক তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ আদেশ লক্ষ্ণৌ আদালতৰ ৷

High Court asked CBI how long the investigation of Hathras incident will be completed
CBIক হাথৰছ কাণ্ডৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ লক্ষ্ণৌ আদালতৰ

নিউজ ডেস্ক, 6 নৱেম্বৰ : লক্ষ্ণৌ আদালতে দেওবাৰে CBIক হাথৰছ ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ লগতে,পৰৱৰ্তী শুনানিত তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে জনাবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ ন্যায়াধীশ পংকজ মিট্টাল আৰু ন্যায়াধীশ ৰাজন ৰয়ৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে ।

উল্লেখ্য যে,আদালতে উক্ত গোচৰৰ দুটা পৰ্যায়ত শুনানি গ্ৰহণ কৰিছে ৷ প্ৰথমটো শুনানি 27 অক্টোবৰত গ্ৰহণ কৰা হৈছে ৷ আনহাতে,আদালতৰ ফালৰ পৰা জনোৱা অনুসৰি,হাথৰছ গোচৰৰ দুয়োটা পক্ষৰ ৰায় শুনাৰ প্ৰয়োজন আছে ৷ লগতে,25 নৱেম্বৰত পুনৰ আদালতত শুনানি গ্ৰহণ কৰা হ'ব ৷

লগতে পঢ়ক : যুক্তৰাষ্ট্ৰীয় নিৰ্বাচন : ভোট গণনাৰ মাজতে নিৰ্বাচনৰ সত্যনিষ্ঠতাক লৈ ট্ৰাম্পৰ অনাস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.