ETV Bharat / bharat

মেঘালয়ৰ পৰিস্থিতিৰ বুজ ল'লে গৃহ সচিব অজয় কুমাৰ ভাল্লাই

শুকুৰবাৰে তিনিগৰাকী লোকৰ এই সংঘাতত মৃত্যু হৈছিল শ্বিলঙত ৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৱ খাচী পাহাৰ আৰু শ্বিলঙত ইন্টাৰনেট সেৱা ব্যাহত কৰি থোৱাৰ লগতে নিশাৰ ভাগত সান্ধ্য আইন জাৰি কৰা হৈছে ৷

author img

By

Published : Mar 2, 2020, 7:02 PM IST

মেঘালয়ৰ পৰিস্থিতিৰ বুজ ল'লে গৃহ সচিব অজয় কুমাৰ ভাল্লাই
মেঘালয়ৰ পৰিস্থিতিৰ বুজ ল'লে গৃহ সচিব অজয় কুমাৰ ভাল্লাই

নতুন দিল্লী, 2 মাৰ্চঃ মেঘালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে হোৱা খাচী আৰু অজনজাতীয় লোকৰ সংঘাতৰ সোমবাৰে বুজ লয় কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সচিব অজয় কুমাৰ ভাল্লাই ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰই ইটিভি ভাৰতক জনোৱা অনুসৰি এই ঘটনা সন্দৰ্ভত মেঘালয়ত মুখ্যসচিব এম এছ ৰাওৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি বুজ লয় পৰিস্থিতিৰ ৷ গৃমন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি এই ক্ষেত্ৰত মেঘালয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, শুকুৰবাৰে তিনিগৰাকী লোকৰ এই সংঘাতত মৃত্যু হৈছিল শ্বিলঙত ৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৱ খাচী পাহাৰ আৰু শ্বিলঙত ইন্টাৰনেট সেৱা ব্যাহত কৰি থোৱাৰ লগতে নিশাৰ ভাগত সান্ধ্য আইন জাৰি কৰা হৈছে ৷ শুকুৰবাৰে খাচী ছাত্ৰ সন্থাই মেঘালয়ত ইনাৰ লাইন পাৰ্মিটৰ দাবীৰে আয়োজন কৰা এখন বৈঠকৰ পিচতে পৰিস্থিতি ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাইছিল ৷ একেদিনাই স্থানীয় অজনজাতীয় লোকসকলেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আয়োজন কৰিছিল এখন সভা ৷ ইয়াৰ পিচতে দুয়োটা দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল ৷ এই সংঘাতৰ ফলত খাচী ছাত্ৰ সন্থাৰ এজন সদস্য গুৰুতৰভাৱে আহত হোৱাৰ লগতে অজনজাতীয় সংগঠনৰ দুজন লোক আহত হৈছিল ৷ ইফালে

লগতে চাওকঃ

চাফাই কৰ্মীৰ পৰা পদ্মশ্ৰীলৈ উষা চৌমৰৰ এক অনুকৰণীয় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.