ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ বাছ আস্থানত গ্ৰেণেড বিস্ফোৰণত জড়িত হিজবুল মুজাহিদীন - jammu and kashmir

এজন নিহত হোৱাৰ লগতে আহত ৩২ গৰাকী লোক

etv bharat, etv bharat assam
author img

By

Published : Mar 8, 2019, 11:42 AM IST

জম্মু-কাশ্মীৰ, ৭ মাৰ্চ: জম্মু-কাশ্মীৰৰ বাছ আস্থানত পুৱা প্ৰায় ১১ বাজি ৫৮ মিনিটত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণ কাণ্ডৰ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক এম কে সিংহাৰ মন্তব্য, হিজবুল মোজাহিদীনৰ দ্বাৰা সংঘটিত কৰা হৈছিল এই বিস্ফোৰণ কাণ্ড । আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই বিস্ফোৰণত এজন নিহত হোৱাৰ লগতে ৩৩ গৰাকীকৈ লোক আহত হয় । আহতসকলক শীঘ্ৰেই স্থানীয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ।

বিষয়াগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, কোলগামৰ হিজবুল মুজাহিদীনৰ জিলা কামাণ্ডাৰে এই বিস্ফোৰণ সংঘটিত কৰিবৰ বাবে আদেশ দিছিল । সিংহাই কয় যে, ইতিমধ্যে এই বিস্ফোৰণৰ লগত জড়িত এগৰাকীক ঘটনা সংঘটিত হোৱাৰ এঘণ্টাৰ পাচতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । যাচিৰ ভট্ট বুলি আটকাধীন লোকজনে সংঘটিত অপৰাধটোৰ লগত জড়িত বুলিও আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে ।

Hizbul Mujahideen ordered Jammu grenade attack: Police

 জম্মু-কাশ্মীৰৰ বাছ আস্থানত গ্ৰেণেড বিস্ফোৰণত জড়িত হিজবুল মুজাহিদীন

জম্মু-কাশ্মীৰ, ৭ মাৰ্চ: জম্মু-কাশ্মীৰৰ বাছ আস্থানত পুৱা প্ৰায় ১১ বাজি ৫৮ মিনিটত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণ কাণ্ডৰ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ (ইন্সপেক্টৰ  জেনেৰেল) এম কে সিংহাৰ মন্তব্য, হিজবুল মোজাহিদীনৰ দ্বাৰা সংঘটিত কৰা হৈছিল এই বিস্ফোৰণ কাণ্ড । আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই বিস্ফোৰণত এজন নিহত হোৱাৰ লগতে ৩৩ গৰাকীকৈ লোক আহত হয় । আহতসকলক শীঘ্ৰেই স্থানীয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ।

বিষয়াগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, কোলগামৰ হিজবুল মুজাহিদীনৰ জিলা কামাণ্ডাৰে এই বিস্ফোৰণ সংঘটিত কৰিবৰ বাবে আদেশ দিছিল । সিংহাই কয় যে, ইতিমধ্যে এই বিস্ফোৰণৰ লগত জড়িত এগৰাকীক ঘটনা সংঘটিত হোৱাৰ এঘণ্টাৰ পাচতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । যাচিৰ ভট্ট বুলি আটকাধীন লোকজনে সংঘটিত অপৰাধটোৰ লগত জড়িত বুলিও আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.