- ১৩৪৭ চনৰ আজিৰ দিনটোতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল । বাহমনি সাম্ৰাজ্য আছিল দক্ষিণ এছিয়াৰ প্ৰথম স্বাধীন মুছলিম সাম্ৰাজ্য ৷
- অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ তথা সংগীত পৰিচালক কমল নাৰায়ণ চৌধুৰীৰ মৃত্যু হৈছিল ১৯৮০ চনৰ আজিৰ এই দিনটোতে ৷ অসমৰ চলচ্চিত্ৰ জগতৰ প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ৰ নিৰ্মাতা আছিল কমল নাৰায়ণ চৌধুৰী ৷ 1946 চনত বদন বৰফুকন কথাছবি নিৰ্মাণ কৰাৰ উপৰিও তেখেতে প্ৰতিধ্বনি,নিমিলা অংক,মুকুতা,মৰম,মন প্ৰজাপতি আদি বিভিন্ন কথাছবিৰ বিভিন্ন ভূমিকাত অভিনয়ো কৰিছিল ৷
- ভাৰতৰ শ্ৰেষ্ঠ সাহিত্যিক মৈথেলী চৰণ গুপ্তৰ আজি জন্মবাৰ্ষিকী ৷ 1886 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল বিশিষ্ট হিন্দী কবিগৰাকীয়ে ৷ সাহিত্য জগতখনলৈ আগবঢ়োৱা সন্মানৰ বাবে মৈথেলী চৰণ গুপ্তলৈ আগবঢ়োৱা হৈছিল দেশৰ তৃতীয় শ্ৰেষ্ঠ সন্মান পদ্মশ্ৰী বঁটা ৷ উল্লেখ্য যে,ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত লিখি উলিওৱা 'ভাৰত-ভাৰতী' নামৰ গ্ৰন্থখনৰ বাবে মহাত্মা গান্ধীয়ে তেখেতক 'ৰাষ্ট্ৰীয় কবি' উপাধি প্ৰদান কৰে ৷
- ভাৰতীয় কবি তথা সংগীতকাৰ ছাকিল বডায়ুনীৰ আজি জন্মদিন ৷ 1916 চনৰ 3 আগষ্টত ব্ৰিটিছ শাসনাধীন ভাৰতৰ আগ্ৰা আৰু অবধৰ সংযুক্ত প্ৰদেশত তেওঁ জন্মগ্ৰহণ কৰিছিল ৷
- ১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগে প্ৰতিষ্ঠা লাভ কৰিছিল।
- ভাৰতীয় চলচিত্ৰ নিৰ্মাতা মণি শংকৰৰ আজি ওপজা দিন ৷ 1957 চনৰ 3 আগষ্টত গুনন্তুৰ অঞ্চলত জন্মগ্ৰহণ কৰিছিল ৷
- ১৯১৪ চনৰ আজিৰ তাৰিখতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
- ১৯৯৯ চনৰ আজিৰ তাৰিখতে নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰিছিল।
- 2014 চনৰ আজিৰ দিনটোতে চীনৰ ইউন্নান অঞ্চলত সংঘটিত হৈছিল ভয়াৱহ ভূমিকম্প ৷ 6.7 ৰিখটাৰ স্কেলৰ এই ভূমিকম্পত কমেও 617 গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল 2400 গৰাকীতকৈও অধিক ব্যক্তি ৷
ইতিহাসত আজিৰ দিনটো - আজিৰ দিনটো
চাও আহক 3 আগষ্টত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়েঃ
etv bharat

2014 চনৰ আজিৰ দিনটোতে চীনৰ য়ুন্নান অঞ্চলত সংঘটিত হৈছিল ভয়াৱহ ভূমিকম্প ৷ 6.7 মেগনিটিউডৰ এই ভূমিকম্পত কমেও 617 গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল 2400 গৰাকীতকৈও অধিক ব্যক্তি ৷
ভাৰতৰ শ্ৰেষ্ঠ সাহিত্যিক মৈথেলী চৰণ গুপ্তৰ আজি জন্মবাৰ্ষিকী ৷ 1886 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল বিশিষ্ট হিন্দী কবিগৰাকী ৷ সাহিত্য জগতখনলৈ আগবঢ়োৱা সন্মানৰ বাবে মৈথেলী চৰণ গুপ্তলৈ আগবঢ়োৱা হৈছিল দেশৰ তৃতীয় শ্ৰেষ্ঠ সন্মান পদ্মশ্ৰী বঁটা ৷ উল্লেখ্য যে, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত লিখি উলিওৱা 'ভাৰত-ভাৰতী' নামৰ গ্ৰন্থখনৰ বাবে মহাত্মা গান্ধীয়ে তেখেতক 'ৰাষ্ট্ৰীয় কবি' উপাধি প্ৰদান কৰে ৷
অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ তথা সংগীত পৰিচালক কমল নাৰায়ণ চৌধুৰীৰ মৃত্যু হৈছিল ১৯৮০ চনৰ আজিৰ এই দিনটোতে ৷ অসমৰ চলচ্চিত্ৰ জগতৰ প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ৰ নিৰ্মাতা আছিল কমল নাৰায়ণ চৌধুৰী ৷ 1946 চনত বদন বৰফুকন কথাছবি নিৰ্মাণ কৰাৰ উপৰিও তেখেতে প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন প্ৰজাপতি আদি বিভিন্ন কথাছবিৰ বিভিন্ন ভুমিকাত অভিনয়ো কৰিছিল ৷
ভাৰতীয় কবি তথা সংগীতকাৰ ছাকিল বডায়ুনীৰ আজি জন্মদিন ৷ 1916 চনৰ 3 আগষ্টত ব্ৰিটিছ শাসনাধীন ভাৰতৰ আগ্ৰা আৰু অবধৰ সংযুক্ত প্ৰদেশত তেওঁ জন্মগ্ৰহণ কৰিছিল ৷
ভাৰতীয় চলচিত্ৰ নিৰ্মাতা মনি শংকৰৰ আজি ওপজা দিন ৷ 1957 চনৰ 3 আগষ্টত গুনন্তুৰ অঞ্চলত জন্মগ্ৰহণ কৰিছিল ৷
১৩৪৭ চনৰ আজিৰ দিনটোতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল । বাহমনি সাম্ৰাজ্য আছিল দক্ষিণ এছিয়াৰ প্ৰথম স্বাধীন মুছলীম সাম্ৰাজ্য ৷
১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগে প্ৰতিষ্ঠা লাভ কৰিছিল।
১৯১৪ চনৰ আজিৰ তাৰিখতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
১৯৯৯ চনৰ আজিৰ তাৰিখতে নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰিছিল।