ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Aug 2, 2019, 7:56 AM IST

চাওঁ আহক ২ আগষ্টত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়েঃ

ETV BHARAT
  • ১৯৬৬ চনৰ আজিৰ দিনটোতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মহাবিদ্যালয়ক মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
  • ১৮৫৮ চনৰ ২ আগষ্টত সংসদত এখন বিধেয়ক গৃহীত হৈছিল যাৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসনভাৰ ৰাণী ভিক্ট'ৰিয়াৰ হাতলৈ হস্তান্তৰ কৰা হয় । ইয়াৰোপৰি, ব্ৰিটিছ শাসনাধীন ভাৰতত ভাইচৰয়ক শাসনৰ মূৰব্বী হিচাপে পৰিচয় কৰাই দিয়া হয় ।
  • মুৰ্চিবাদক পৰাস্ত কৰাৰ পাচতে ১৭৬৩ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সেনাই গিৰিয়াত মীৰ কাছিমৰ সৈতে যুদ্ধত লিপ্ত হৈছিল আৰু পুনৰবাৰ মীৰ কাছিমে ব্ৰিটিছৰ ওচৰত পৰাজয় স্বীকাৰ কৰে ।
  • কেৰিয়াৰ ডিপ্লমেট মুথাম্মা চহিৱিয়া বেলিয়াপ্পা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল যিগৰাকী ১৯৭০ চনৰ আজিৰ দিনটোতে হাংগেৰীৰ এম্বেচাডৰ হিচাপে নিযুক্তি লাভ কৰিছিল ।
  • ১৯৯৯ চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল ভয়াৱহ ৰে'ল দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰ মেইলে ঘেইচাল অঞ্চলত বিপৰীত দিশৰ পৰা দ্ৰুতগতিত অহা অৱাধ আসাম এক্সপ্ৰেছত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাত ২৮৫ জনতকৈও অধিক লোক নিহত হৈছিল ।
  • ৰাসায়ন বিজ্ঞানৰ জনক হিচাপে পৰিচিত ভাৰতীয় বৈজ্ঞানিক প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ আজি জন্ম বাৰ্ষিকী । ১৮৬১ চনৰ ২ আগষ্ট তাৰিথে জন্মগ্ৰহণ কৰিছিল এই প্ৰসিদ্ধ বৈজ্ঞানিক গৰাকী ।
  • ২০১৮ চনৰ আজিৰ দিনটোতে ১ ট্ৰিলিয়নতকৈ অধিক উপাৰ্জনকাৰী এপ্পল কোম্পানী বিশ্বৰ শীৰ্ষ কোম্পানী হিচাপে স্বীকৃতি লাভ কৰিছিল ।

১৯৬৬ চনৰ আজিৰ দিনটোতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মহাবিদ্যালয়ক, মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।

১৮৫৮ চনৰ ২ আগষ্টত সংসদত এখন বিধেয়ক গৃহীত হৈছিল যাৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসন ব্ৰিটিছ সম্ৰাজ্যলৈ স্থানান্তৰ কৰা হৈছিল । ইয়াৰোপৰি, ব্ৰিটিছ শাসনাধীন ভাৰতত ভাইচৰয়ক শাসনৰ মূৰব্বী হিচাপে পৰিচয় কৰাই দিয়া হয় ।

মুৰ্চিবাদক পৰাস্ত কৰাৰ পাচতে ১৭৬৩ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সেনাই গিৰিয়াত মীৰ কাছিমৰ সৈতে যুদ্ধত লিপ্ত হৈছিল আৰু পুনৰবাৰ মীৰ কাছিমে ব্ৰিটিছৰ ওচৰত পৰাজয় স্বীকাৰ কৰে ।

কেৰিয়াৰ ডিপ্লমেট মুথাম্মা চহিৱিয়া বেলিয়াপ্পা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল যিগৰাকী ১৯৭০ চনৰ আজিৰ দিনটোতে হাংগাৰীৰ এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰিছিল ।

১৯৯৯ চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল ভয়াৱহ ৰে'ল দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰ মেইলে ঘেইচাল অঞ্চলত বিপৰীত দিশৰ পৰা দ্ৰুতগতিত অহা অৱাধ আসাম এক্সপ্ৰেছত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাত ২৮৫ জনতকৈও অধিক লোক নিহত হৈছিল ।

ৰাসায়ন বিজ্ঞানৰ জনক হিচাপে চিৰ পৰিচিত ভাৰতীয় বৈজ্ঞানিক প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ আজি জন্ম বাৰ্ষিকী । ১৮৬১ চনৰ ২ আগষ্ট তাৰিথে জন্মগ্ৰহণ কৰিছিল এই প্ৰসিদ্ধ বৈজ্ঞানিক গৰাকী ।

২০১৮ চনৰ আজিৰ দিনটোতে ১ ট্ৰিলিয়নতকৈ অধিক উপাৰ্জনকাৰী এপ'ল কোম্পানী বিশ্বৰ শীৰ্ষ কোম্পানী হিচাপে স্বীকৃতি লাভ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.